অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বেদান্ত

বেদান্ত দৰ্শন: বেদান্ত শব্দৰ অৰ্থ হৈছে বেদৰ অন্ত। উপনিষদ হৈছে বেদৰ শেষ ভাগ গতিকে উপনিষদক বেদান্ত বোলা হয়। বেদান্ত ৰ আন এটা নাম হৈছে "উত্তৰ মীমাংসা"।বেদান্তৰ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে বদৰায়ণ। বদৰায়ণৰ দ্বাৰা ৰচিত ব্ৰহ্ম সূত্ৰই হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ।

হালনাগাদ: ১৫ নৱেম্বৰ ২০১৮ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

বেদান্ত দৰ্শন: বেদান্ত শব্দৰ অৰ্থ হৈছে বেদৰ অন্ত। উপনিষদ হৈছে বেদৰ শেষ ভাগ গতিকে উপনিষদক বেদান্ত বোলা হয়। বেদান্ত ৰ আন এটা নাম হৈছে "উত্তৰ মীমাংসা"।বেদান্তৰ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে বদৰায়ণ। বদৰায়ণৰ দ্বাৰা ৰচিত ব্ৰহ্ম সূত্ৰই হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ। শঙ্কৰাচাৰ্য, ৰামানুচাৰ্য, মধ্বাচাৰ্য, বল্লভাচাৰ্য আৰু নিৰ্ম্বাক হৈছে এই সূত্ৰৰ ভাষ্যকাৰ।এই ভাষ্যকাৰসকলৰ নামত আমি মুঠ পাচঁটা সম্প্ৰদায় পাওঁ - অদ্বৈত বেদান্ত (শঙ্কৰাচাৰ্য ),বিশিষ্টাদ্বৈত বেদান্ত (ৰামানুচাৰ্য),দ্বৈত বেদান্ত (মধ্বাচাৰ্য), দ্বৈতাদ্বৈত বেদান্ত (নিৰ্ম্বাক), শুদ্ধাদ্বৈত বেদান্ত (বল্লভাচাৰ্য)।

সম্পৰ্কিত শ্ৰেণী

দৰ্শনহিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেদান্ত” প্ৰবন্ধৰ সংশোধন ১৮৪৭৫৬ (১৫ নৱেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।