অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাজমা

ৰাজমা [raːdʒmaː] (হিন্দী: राजमा, নেপালী: राजमा, উৰ্দু: راجমা), যাক ৰাজমাহ, ৰাজমা বা লাল লোবিয়া বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা নিৰামিষ খাদ্য, বহু ভাৰতীয় গোটা মছলাৰ সৈতে ডাঠ গ্ৰেভিত ৰঙা কিডনী বীনৰে গঠিত আৰু সাধাৰণতে ভাতৰ সৈতে পৰিবেশন কৰা হয়।

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২৫ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ
ভাতৰ সৈতে ৰাজমা
ভাতৰ সৈতে ৰাজমাছবি: Barthateslisa · CC BY-SA 4.0

ৰাজমা১ [raːdʒmaː] (হিন্দী ভাষা: राजमा, নেপালী ভাষা: राजमा, উৰ্দু ভাষা: راجমা), যাক ৰাজমাহ, ৰাজমা বা লাল লোবিয়া বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা নিৰামিষ খাদ্য, বহু ভাৰতীয় গোটা মছলাৰ সৈতে ডাঠ গ্ৰেভিত ৰঙা কিডনী বীনৰে গঠিত আৰু সাধাৰণতে ভাতৰ সৈতে পৰিবেশন কৰা হয়। উত্তৰ ভাৰত, নেপাল আৰু পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ই নিয়মীয়া খাদ্যৰ অংশ। মেক্সিকোৰ পৰা ৰঙা কিডনী বীন ভাৰত উপমহাদেশলৈ অনাৰ পিছত এই খাদ্যৰ বিকাশ ঘটিছিল।২ ৰাজমা চাৱল হৈছে গৰম ভাতৰ লগত পৰিবেশন কৰা কিডনী বিন।

তথ্যসূত্ৰ

  1. ↑ Gogji Razma (Kidney Beans with Turnips). Jagalbandi
  2. ↑ (22 September 2003). Rajma, rice and calories. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজমা” প্ৰবন্ধৰ সংশোধন ৫৬৬৭০১ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।