অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ৰাজবংশী

ৰাজবংশী বুলিলে তলত উল্লেখিত বিষয়বোৰ বুজাব পাৰে: কোচ ৰাজবংশী জনগোষ্ঠী, দক্ষিণ এছিয়াৰ এটা জাতিগত গোট। ৰাজবংশী ভাষা (নেপাল), নেপালত কথিত এটা ইণ্ডো-আৰ্য ভাষা, যি উক্ত জাতিগত গোটৰ লগত ঘনিষ্ঠভাৱে সম্পৰ্কিত। কোচ ৰাজবংশী ভাষা, ইণ্ডো-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত এটা ভাষা।

হালনাগাদ: ৬ নৱেম্বৰ ২০২৫ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৰাজবংশী বুলিলে তলত উল্লেখিত বিষয়বোৰ বুজাব পাৰে:

  • কোচ ৰাজবংশী জনগোষ্ঠী, দক্ষিণ এছিয়াৰ এটা জাতিগত গোট।
  • ৰাজবংশী ভাষা (নেপাল), নেপালত কথিত এটা ইণ্ডো-আৰ্য ভাষা, যি উক্ত জাতিগত গোটৰ লগত ঘনিষ্ঠভাৱে সম্পৰ্কিত।
  • কোচ ৰাজবংশী ভাষা, ইণ্ডো-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত এটা ভাষা। যাক ৰাজবংশী, কামতাপুৰী, ৰংপুৰী আদি নামেৰেও জনা যায়।

অন্য পৃষ্ঠাবোৰো চাওক

  • ৰাজবংশী দেৱী (১৮৮৬–১৯৬২), ভাৰতৰ প্ৰথম প্ৰথম মহিলা (First Lady of India)
  • প্ৰিয়া ৰাজবংশী বা প্ৰিয়া ৰাজবংশ (১৯৩৬–২০০০), ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজবংশী” প্ৰবন্ধৰ সংশোধন ৫৪৭৯৮৪ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।