অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহম্মদ চালেহ আকবৰ হাইদৰী

ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, (১২ অক্টোবৰ ১৮৯৪ – ২৮ ডিচেম্বৰ ১৯৪৮) এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা। তেওঁ ব্ৰিটিছ চৰকাৰে শেষ নিযুক্তি দিয়া আৰু প্ৰথম ভাৰতীয় অসমপ্ৰদেশৰ ৰাজ্যপাল। তেওঁ স্বাধীন ভাৰতত অসম প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে কৰ্মৰত হয়।

হালনাগাদ: ৮ আগষ্ট ২০১৮ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, (১২ অক্টোবৰ ১৮৯৪ – ২৮ ডিচেম্বৰ ১৯৪৮) এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা। তেওঁ ব্ৰিটিছ চৰকাৰে শেষ নিযুক্তি দিয়া আৰু প্ৰথম ভাৰতীয় অসমপ্ৰদেশৰ ৰাজ্যপাল। তেওঁ স্বাধীন ভাৰতত অসম প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে কৰ্মৰত হয়।

প্ৰাৰম্ভিক জীৱন

১৮৯৪ চনৰ ১২ অক্টোবৰ তাৰিখে মহম্মদ হাইদৰীৰ জন্ম হয়। তেওঁৰ পিতৃ আকবৰ হাইদৰী আৰু মাতৃ আমিনা হাইদৰী।১ তেওঁলোকৰ ১১ জন সন্তান আছিল।২ বিখ্যাত ভাৰতীয় কংগ্ৰেছৰ নেতা আৰু অধিবক্তা বদৰুদ্দিন তৈবাজী তেওঁৰ খুড়াককা আছিল। মহম্মদ হাইদৰীয়ে বোম্বে আৰু অক্সফোৰ্ডত শিক্ষাগ্ৰহণ কৰে। তাৰপিছত তেওঁ ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰে। ১৯১৯ চনত তেওঁ মাদ্ৰাজ প্ৰেচিডেন্সীত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে।

তথ্যসূত্ৰ

  1. ↑ Lady Hydari Club. Massachusetts Institute of Technology. dome.mit.edu
  2. ↑ Sir Mohammed Saleh Mohammed Akbar Hydari. meherbabatravels.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজ্যপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহম্মদ চালেহ আকবৰ হাইদৰী” প্ৰবন্ধৰ সংশোধন ১৮০৫১০ (৮ আগষ্ট ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।