অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০ মে'

১২৯৩ - জাপানৰ কামাকুৰা ভূমিকম্পত ৩০,০০০ লোকৰ মৃত্যু হয়। ১৪৯৮ - ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়। ১৮৯৪ - চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী, ভাৰতীয় গুৰু। ১৯৩৯ - বালু মহেন্দ্ৰ, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক।

হালনাগাদ: ২১ মে’ ২০২৪ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১২৯৩ - জাপানৰ কামাকুৰা ভূমিকম্পত ৩০,০০০ লোকৰ মৃত্যু হয়।
  • ১৪৯৮ - ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়।

জন্ম

  • ১৮৯৪ - চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী, ভাৰতীয় গুৰু।
  • ১৯৩৯ - বালু মহেন্দ্ৰ, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক।
  • ১৯৬৪ - জয়ন্ত নাথ, অসমীয়া কণ্ঠশিল্পী।
  • ১৯৮১ - ইকাৰ কাচিলাচ্, স্পেনিচ্ ফুটবলাৰ (গ'লকীপাৰ), ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
  • ১৯৮২ - ইমৰাণ ফাৰহাত, পাকিস্তানী ক্ৰিকেটাৰ।

মৃত্যু

  • ১৫০৬ - ক্ৰিষ্টোফাৰ কলম্বাছ, এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়।
  • ১৯৩২ - বিপিন চন্দ্ৰ পাল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ২০১২ - লীলা দুবে, ভাৰতীয় শিক্ষাবিদ তথা মানৱবিজ্ঞানী।
  • ২০২৪ - ইব্ৰাহিম ৰইছি, ইৰানৰ ৰাষ্ট্ৰপতি। ইৰানৰ চুবুৰীয়া ৰাষ্ট্ৰ আজাৰবাইজান সীমান্তৱৰ্তী দুৰ্গম পাৰ্বত্য অঞ্চল এটাত সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাটোত ৰাষ্ট্ৰপতি ৰইছিৰ সহিতে বৈদেশিক মন্ত্ৰী হোছেইন আমীৰাব্দুল্লহিয়ান আৰু অন্য সাতজন লোকৰ মৃত্যু হয়।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ মে'” প্ৰবন্ধৰ সংশোধন ৪২১৪৩৮ (২১ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।