ঘটনাৱলী
- ১৯৯৮ - ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়।
জন্ম
- ১৯০৪ - চালভাড' ডালি, স্পেইনৰ চিত্ৰকৰ।
- ১৯১৮ - মৃণালিনী সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক।
- ১৯১৮ - ৰিচাৰ্ড ফাইনমেন, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ১৯৪৩ - ৰেণুকা ৰবিন্দ্ৰন, ভাৰতীয় বিজ্ঞানী।
- ১৯৭০ - পূজা বেদী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৫ - জয় ভগৱান, ভাৰতীয় মুষ্টিযোদ্ধা।
মৃত্যু
- ১৯৬৩ - হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল।
- ১৯৮১ - বব মাৰ্লি, জামাইকান গায়ক আৰু গীতিকাৰ।
দিৱস
- ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (ভাৰত)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১১ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৫০৮২ (৯ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।