উত্তৰাখণ্ড
৭ প্ৰবন্ধ
-
কুম্ভ মেলা
কুম্ভ মেলা(সংস্কৃত: Kumbha Mēlā উচ্চাৰণ [kʊˈmbʰᵊ melaː]) হ'ল এক হিন্দু ধৰ্মীয় তিৰ্থ যাত্ৰী আৰু যোগীৰ বৃহৎ সন্মিলন। ইয়াত হিন্দু ধৰ্মীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰিবলৈ সমবেত হয়। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ শান্তিপূৰ্ণ সমদল বুলি গণ্য কৰা হয়।
-
ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান
ভেলী অফ ফ্লাৱাৰ্ছ (Valley of Flowers National Park) সুউচ্চ পশ্চিম হিমালয়ত অৱস্থিত এক ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াক স্থানীয় পৰ্বতীয়া ফুলেৰে ভৰা বিস্তীৰ্ণ ঘাঁহনি আৰু তাত পোৱা বিভিন্ন উদ্ভিদৰ বাবে জনা যায়। এই উদ্যান উত্তৰাখণ্ডত অৱস্থিত।
-
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী সকল, চৰকাৰী ৱেবছাইট
-
কেঁচি ধাম
কেঁচি ধাম (Kainchi Dham) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ কুমাঊঁ অঞ্চলৰ নৈনীতাল জিলাত অৱস্থিত এটা আধ্যাত্মিক আশ্ৰম আৰু হিন্দু মন্দিৰ চৌহদ, যাক নীম কৰোলী আশ্ৰম বুলিও জনা যায়। এই ধামখন পূজনীয় হিন্দু সন্ত নীম কৰোলী বাবাৰ সৈতে সম্পৰ্কিত হোৱা বাবে জনাজাত।
-
তপকেশ্বৰ মন্দিৰ
টপকেস্বৰ মন্দিৰ স্থান: ৩০.৩৫৭২৭২৪°উত্তৰ ৭৮.০১৬৬৭৬৮°পূব টাপকেশ্বৰ মন্দিৰ, যাক টাপকেশ্বৰ মহাদেৱ মন্দিৰ বুলিও কোৱা হয়, ডেৰাডুনৰ এটা মন্দিৰ শিৱক উৎসৰ্গিত। টনছ নদীৰ পাৰত এই মন্দিৰটো প্ৰাকৃতিক গুহাৰ ওপৰত নিৰ্মিত, য'ত মন্দিৰৰ মূল শিৱলিংগ আছে।
-
মানা
মানা উত্তৰাখণ্ড ৰাজ্যৰ চামোলি জিলাৰ যোশীমঠ অঞ্চলৰ এখন উচ্চভূমিৰ গাঁও। গাঁওখন সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৩,২০০ মিটাৰ উচ্চতাত অৱস্থিত। মানা বদ্ৰীনাথৰ ওচৰত অৱস্থিত আৰু ভাৰত-তিব্বত সীমান্তৰ মানা গিৰিপথৰ দিশলৈ যোৱাৰ পথত থকা শেষৰ দিশৰ গাঁওসমূহৰ অন্যতম।
-
হৰ কী দূন
হৰ কী দূন বা হৰ কী দুন (Har Ki Doon) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গঢ়ৱাল হিমালয়ত অৱস্থিত এখন দোলনা সদৃশ ওলমি থকা উপত্যকা। এই অঞ্চলটো সেউজীয়া বুগিয়াল (উচ্চ পাৰ্বত্য তৃণভূমি)দ্বাৰা আবৃত। ই বৰফেৰে ঢাক খাই থকা শৃংগ আৰু আলপাইন উদ্ভিদেৰে পৰিপূৰ্ণ।