উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী সকল
| সংকেত: | কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ | ভাজপা ভাৰতীয় জনতা পাৰ্টী |
| ক্ৰমিক সংখ্যা | নাম | কাৰ্যভাৰ গ্ৰহণ | কাৰ্যভাৰৰ অন্তিম দিন | ৰাজনৈতিক দল | কাৰ্যকাল |
| ০১ | নিত্যানন্দ স্বামী | ৯ নৱেম্বৰ ২০০০ | ২৯ অক্টোবৰ ২০০১ | ভাৰতীয় জনতা পাৰ্টী | ৩৫৪ দিন |
| ০২ | ভগৎ সিং কোশিয়াৰি | ৩০ অক্টোবৰ ২০০১ | ১ মাৰ্চ ২০০২ | ভাৰতীয় জনতা পাৰ্টী | ১২৩ দিন |
| ০৩ | নাৰায়ণ দত্ত তিৱাৰি | ২ মাৰ্চ ২০০২ | ৭ মাৰ্চ ২০০৭ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৮৩২ দিন |
| ০৪ | ভুৱন চন্দ্ৰ খাণ্ডুৰী | ৮ মাৰ্চ ২০০৭ | ২৩ জুন ২০০৯ | ভাৰতীয় জনতা পাৰ্টী | ৮৩৯ দিন |
| ০৫ | ৰমেশ পোখৰিয়াল নিশাংক | ২৪ জুন ২০০৯ | ১০ ছেপ্টেম্বৰ ২০১১ | ভাৰতীয় জনতা পাৰ্টী | ৮০৮ দিন |
| ০৬ | ভুৱন চন্দ্ৰ খাণ্ডুৰী [দ্বিতীয় বাৰ] | ১১ ছেপ্টেম্বৰ ২০১১ | ১৩ মাৰ্চ ২০১২ | ভাৰতীয় জনতা পাৰ্টী | ১৮৫ দিন [মুঠ: ১০২৪ দিন] |
| ০৭ | ৱিজয় বহুগুণা | ১৩ মাৰ্চ ২০১২ | বৰ্তমান | ভাৰতীয় জাতীয় কংগ্ৰেছ |
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৮৪৮১৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।