অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হোমবাউণ্ড (চলচ্চিত্ৰ)

হোমবাউণ্ড (Homebound) হৈছে ২০২৫ চনৰ ভাৰতীয় হিন্দী ভাষাত নিৰ্মিত এখন ড্ৰামাভিত্তিক ছবি৷ ছবিখনৰ কাহিনীভাগ ২০২০ চন বছৰত পীৰ লিখিত নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা প্ৰবন্ধৰ ওপৰত আধাৰিত। ২০২৫ চনৰ কান চলচ্চিত্ৰ মহোৎসৱৰ আন চাৰ্টেইন ৰিগাৰ্ড অংশত ২১ মে'ত ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

হোমবাউণ্ড (Homebound) হৈছে ২০২৫ চনৰ ভাৰতীয় হিন্দী ভাষাত নিৰ্মিত এখন ড্ৰামাভিত্তিক ছবি৷১২৩ ছবিখনৰ কাহিনীভাগ ২০২০ চন বছৰত পীৰ লিখিত নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা প্ৰবন্ধৰ ওপৰত আধাৰিত।৪৫৬৭

২০২৫ চনৰ কান চলচ্চিত্ৰ মহোৎসৱৰ আন চাৰ্টেইন ৰিগাৰ্ড অংশত ২১ মে'ত ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল।৮৯ ৯৮ সংখ্যক একাডেমী বঁটাৰ বাবে ছবিখনক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবি শিতানলৈ ভাৰতৰ পৰা প্ৰেৰণ কৰা হৈছে।১০১১

২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত ইয়াক ছবিগৃহত মুক্তি দিয়া হয় আৰু ছবিখনত সমালোচকৰ দ্বাৰা প্ৰশংসিত হয়৷ সমালোচকে ঘাৱানৰ পৰিচালনা, বিষয়বস্তু, অভিনয়, কাহিনী আৰু সম্পাদনাৰ প্ৰশংসা কৰে১২১৩

কাহিনী

উত্তৰ ভাৰতৰ এখন সৰু গাঁৱৰ দুই শৈশৱৰ বন্ধুৱে আৰক্ষী বিষয়া হোৱাৰ সপোন দেখে৷ তেওঁলোকে আশা কৰে যে চাকৰিটোৱে তেওঁলোকক এখন সন্মানিত আসন দিব। কিন্তু লক্ষ্যৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁলোক চাপৰ সন্মুখীন হয়৷ ক্ৰমবৰ্ধমান সংগ্ৰামৰ ফলত তেওঁলোকৰ বন্ধুত্বৰ মাজতো সমস্যাৰ সৃষ্টি হয়।

কলা-কুশলী

  • ঈশান খট্টৰ, মহম্মদ ছোৱেইব আলীৰ চৰিত্ৰত১৪
  • বিশাল জেথুৱা, চন্দন কুমাৰৰ চৰিত্ৰত১৫১৬
  • জাহ্নৱী কাপুৰ সুধা ভাৰতীৰ চৰিত্ৰত ১৭
  • হৰ্ষিকা পাৰমাৰ; চন্দনৰ ভগ্নী বৈশালীৰ চৰিত্ৰত
  • শালিনী বৎস; চন্দনৰ মাক ফুলৰ চৰিত্ৰত
  • চন্দন কে আনন্দ, হাৰুন নাৱাজৰ চৰিত্ৰত
  • বিজয় বিক্ৰম সিং
  • য়োগেন্দ্ৰ বিক্ৰম সিং, অৰ্জুন মিশ্ৰৰ চৰিত্ৰত
  • পংকজ ডুবেই, শ্বোয়েইবৰ পিতৃ হাছান আলীৰ চৰিত্ৰত
  • শ্ৰীধৰ ডুবে; বিকাশ ত্ৰিপাঠীৰ চৰিত্ৰত
  • দধী আৰ পাণ্ডে; চন্দনৰ পিতৃ আৱদেশ কুমাৰৰ চৰিত্ৰত
  • সুদীপ্ত ছাক্সেনা; শ্বোয়েইবৰ মাতৃৰ চৰিত্ৰত
  • কুলদীপ ৰঘুবংশী
  • আমীৰ আজিজ

Accolades

AwardDate of ceremonyCategoryRecipient(s)Result
Cannes Film Festival24 May 2025Un Certain Regard AwardNeeraj Ghaywan১৮
Toronto International Film FestivalSeptember 14, 2025International People's Choice AwardHomebound১৯
Warsaw Film FestivalOctober 10, 2025Polish Film Institute Award (Audience Award)Homebound
Indian Film Festival of MelbourneAug 16, 2025Best DirectorNeeraj Ghaywan
Zurich Film Festival25 Sept, 2025Best International Feature FilmHomebound

তথ্যসূত্ৰ

  1. ↑ (2025-05-19). Ishaan Khatter 'Very Proud' Of Homebound Going To Cannes 2025- EXCLUSIVE. Times Now
  2. ↑ Video · The Ishaan Khatter & Janhvi Kapoor Starrer 'Homebound' Will Be Screened At Cannes
  3. ↑ Hungama, Bollywood. (2025-04-11). Cannes 2025: Homebound by Neeraj Ghaywan makes it to 'Un Certain Regard' section: Bollywood News - Bollywood Hungama. বলিউড হাংগামা
  4. ↑ Arjun Kapoor Congratulates Team Homebound As Film Heads To Cannes 2025. News18
  5. ↑ (11 April 2025). First look at Homebound: Fans celebrate Neeraj Ghaywan's return to Cannes 2025, but Janhvi Kapoor's role causes backlash
  6. ↑ (2025-04-26). Martin Scorsese boards Janhvi Kapoor, Ishaan Khatter starrer 'Homebound' as executive producer. The Hindu
  7. ↑ (2025-05-21). Homebound At Cannes 2025: Karan Johar Reveals Martin Scorsese Was Interested In Neeraj Ghaywan's Next After Masaan. Times Now
  8. ↑ (20 May 2025). Cannes 2025: Full Lineup Out; Neeraj Ghaywan's 'Homebound' Part of Un Certain Regard Category. The Hollywood Reporter
  9. ↑ Ramachandran, Naman. (2025-05-21). Karan Johar and Neeraj Ghaywan on Star Kids, Martin Scorsese and Their Cannes Selection 'Homebound': 'Living a Cinematic Dream'. Variety
  10. ↑ Farzeen, Sana. (2025-09-19). Neeraj Ghaywan's Homebound picked as India's official entry to Oscars. India Today
  11. ↑ Ramachandran, Naman. (2025-09-19). Neeraj Ghaywan’s Cannes Title ‘Homebound’ Selected as India’s Oscar Entry. Variety
  12. ↑ (2025-09-13). After winning acclaim at Cannes and TIFF; Ishaan Khatter, Vishal Jethwa, Janhvi Kapoor's Homebound to release in India on September 26. Daily News and Analysis
  13. ↑ (2025-09-13). Neeraj Ghaywan's 'Homebound' to hit big screen on September 26. The New Indian Express
  14. ↑ Hungama, Bollywood. (2025-05-13). Vishal Jethwa and Ishaan Khatter to make Cannes 2025 debut with Homebound 2025: Bollywood News - Bollywood Hungama. বলিউড হাংগামা
  15. ↑ (23 May 2025). Homebound actor Vishal Jethwa feels like a 'misfit' in 'new world' of Bollywood. ইণ্ডিয়া টুডে
  16. ↑ Vishal Jethwa Opens Up About Feeling Like A 'Misfit' In Bollywood. news18
  17. ↑ (26 May 2025). Janhvi Kapoor on stepping into a powerful new role and bringing Homebound to Cannes. vogue
  18. ↑ (10 April 2025). The films of the Official Selection 2025. Festival de Cannes
  19. ↑ Erbland, Kate. (14 September 2025). Chloé Zhao’s ‘Hamnet’ Wins TIFF People’s Choice Award. IndieWire

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোমবাউণ্ড (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৪০৪৪৫ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।