হেমলতা মহিশ্বৰ (ইংৰাজী ভাষা: Hemlata Mahishwar; জন্ম: ৫ নৱেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় হিন্দী ভাষা লেখিকা,১২ সাহিত্য সমালোচক আৰু পণ্ডিত। তেওঁ মূলতঃ দলিত সাহিত্য আৰু মহিলা অধ্যয়নৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ বাবে পৰিচিত।৩৪৫৬
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৬ চনৰ ৫ নৱেম্বৰত ভাৰতৰ মধ্য প্ৰদেশৰ বালাঘাটত হেমলতাৰ জন্ম হৈছিল।৭ তেওঁৰ পিতৃ ৰামপ্ৰসাদ মেছৰাম এগৰাকী খাদ্য পৰিদৰ্শক আছিল আৰু মাতৃ প্ৰেমলতা মেছৰাম এগৰাকী গৃহিনী আছিল। পিতৃৰ চাকৰিৰ সূত্ৰে বিভিন্ন সৰু সৰু গাঁও আৰু চহৰলৈ সঘনাই সলনি হৈ থকাৰ বাবে এঠাইতে শিক্ষা অব্যাহত ৰখাটো তেওঁৰ বাবে প্ৰত্যাহ্বানমূলক আছিল।৮ হেমলতাৰ বিদ্যালয়ৰ যাত্ৰা বিভিন্ন ঠাইত সিঁচৰতি হৈ আছিল: তেওঁ প্ৰথমৰপৰা তৃতীয় শ্ৰেণীলৈ ৰায়পুৰত, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী চাৰাইপালিত,৯ ষষ্ঠ আৰু সপ্তম শ্ৰেণী বালাঘাটত আৰু অষ্টম তথা নৱম শ্ৰেণী বস্তাৰত অধ্যয়ন কৰিছিল।১০ তেওঁ ১৯৮৩ চনত বস্তাৰৰ কালিবাডীস্থিত চৰকাৰী কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে।১১ ইয়াৰ পিছত হেমলতাই ৰায়পুৰৰ দুৰ্গা কলেজৰপৰা হিন্দী সাহিত্যত স্নাতক (বি.এ.) আৰু স্নাতকোত্তৰ (এম.এ.) ডিগ্ৰী লাভ কৰে।১২১৩ পৰৱৰ্তী সময়ত তেওঁ বি.এড°, এম.ফিল. আৰু পিএইচডি ডিগ্ৰীও সম্পূৰ্ণ কৰে।১৪৮১৫
কৰ্মজীৱন
২০১০ চনৰ পৰা তেওঁ নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ হিন্দী বিভাগত এগৰাকী অধ্যাপক হিচাপে সেৱা আগবঢ়াই আহিছে। ইয়াৰ পূৰ্বে তেওঁ ছত্তীশগড়ৰ বিলাসপুৰস্থিত গুৰু ঘাসীদাস বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী আছিল, য’ত তেওঁ ১৯৮৯ চনৰ পৰা ২০১০ চনলৈকে অৱদান আগবঢ়াইছিল।১৬১৭১৮
নিৰ্বাচিত কৰ্মসমূহ
- Mahishwar, Hemlata. (1 January 2019). Samkaleen Sahitya Aur Vimarsh. GPS Books. ISBN 978-8193899502
- Mahishwar, Hemlata. (2008). Stri Lekhan Aur Samay Ke Sarokar. Shilpayan, Delhi. ISBN 978-8188080083১৯
- महिश्वर, प्रो. हेमलता. (1 January 2019). Dalit Sahitya Ki Charchit Prem Kahaniya. GPS Books. ISBN 978-8193899502
- Mahishwar, Hemlata. (2015). Neel Neele Rang Ke২০২১২২২৩
- Mahishwar, Hemlata. (2008). Unki Jijivisha Dangarsha. Samiksha Publication. ISBN 978-8190378413
প্ৰকাশন
- ৰাষ্ট্ৰীয় অস্মিতা: এক ভাৰতীয় দৃষ্টিভংগ ৰাষ্ট্ৰীয় অস্মিতা: এক ভাৰতীয় দৃষ্টিভংগ অন্যথা, সম্পাদক: কৃষ্ণ কিশোৰ। ১ জুন ২০০৮
- ভাষা ঔৰ ভাষাহীনতা ভাষা ঔৰ ভাষাহীনতা কৃতি সংস্কৃতি সন্ধান। ১ জানুৱাৰী ২০০৫
বাহ্যিক সংযোগ
- ৱাল্মীকি, ৰাজ. (10 July 2022). "দেশ কী জনতা অভী ভী প্ৰজা বনী হুয়ী হ্যায়, উচনে নাগৰিক বননা নহী শিখা". Newsclick
- হেমলতা মহিশ্বৰ ফৰৱাৰ্ড প্ৰেছৰ লেখক হিচাপে।
তথ্যসূত্ৰ
- ↑ डेस्क, FP Desk এফপি. (2020-12-28). मनुस्मृति दहन दिवस की मंगलकामना पर द्विजों को आपत्ति, हेमलता महिश्वर के घर पहुंची पुलिस. Forward Press
- ↑ (2023-02-09). رام چرت ماناس: قدیم ہندو نظم جس نے انڈیا میں سیاسی طوفان برپا کر دیا. BBC News اردو
- ↑ (2022-03-03). शोषित महिलांनी प्रतिसंस्कृतीची निर्मिती केली पाहिजे: हेमलता महिश्वर. Lokmat
- ↑ SC-ST वर्गों में उपवर्गीकरण: सुप्रीम कोर्ट के फैसले से गुस्साএ बहुजन बोले- 2 अप्रैल 2018 का आंदोलन याद है ना?. www.themooknayak.com
- ↑ Aruna, D. (2021). Hindi Evam Marathi Dalit Stree Atmakathaon Mein Stree Asmita Ka Prashn. University
- ↑ ojs.unito.it/index.php/kervan/article/download/1
- ↑ گاندھی ہمارا ماضی تھا، گاندھی ہمارا حال اور گاندھی ہمارا مستقبل: تارا گاندھی. urdu.awazthevoice.in
- ↑ Swayamsiddhaa. दलित साहित्य की सशक्त हस्ताक्षर हेमलता महिश्वर. swayamsiddha
- ↑ (2023-02-09). Ramcharitmanas: The Hindu epic poem causing a political storm in India
- ↑ Dalit Literature and Ambedkar: In Conversation with Hemlata Mahishwar. Sahapedia
- ↑ प्रेस विज्ञप्ति · 05 फरवरी 2019 · दलित साहित्य महोत्सव: देश भर से लगभग 15 भाषाओं से आये प्रसिद्द साहित्यकारों, कलाकारों, और सामाजिक कार्यकर्ताओं ने कई महत्वपूर्ण पहलुओं पर किया विमर्श; लक्ष्मण गायकवाड़, बल्ली सिंह चीमा, मोहन दास नैमिशराय, अब्दुल बिस्मिल्लाह, हेमलता महिश्वर, निर्मला पुतुल, चौथीराम यादव, मेधा पाटकर व कई अन्य हुए शामिल – Dalit Literature Festival. dalitlitfest.org
- ↑ साहित्यकार, लेखक व पत्रकारों की अभिव्यक्ति की आजादी बरकरार रखने साहित्यकारों ने निकाली रैली. Dainik Bhaskar
- ↑ लेखक हेमलता महिश्वৰ का व्यक्तित्व HEMLATA MAHISHWAR. www.hindisamay.com
- ↑ (2016-01-06). হেমলতা মহিশ্বৰ — সাহিত্য গঙ্গা
- ↑ Sahitya Akademi. sahitya-akademi
- ↑ (1997). Commonwealth Universities Yearbook. Association of Commonwealth Universities
- ↑ चाकू समय में हथेलियां: लोकतांत्रिक स्पेस तलाशती स्त्रियों की कहानियां · নিউজক্লিক. নিউজক্লিক
- ↑ Khan, Imran. सिरपुर में अंतर्राष्ट्रीय बौद्ध महोत्सव का आगाज Babuaa.com, Digital Platform of Sumup Magazine and Sumupmail. babuaa.com
- ↑ হেমলতা মহিশ্বৰ. স্ত্ৰী লিখন ঔৰ সময় কে চৰোকাৰ: Stri Lekhan Aur Samay Ke Sarokar. Shilpayan, Delhi. ISBN 978-81-88080-08-3
- ↑ (2015-12-26). সাহিত্য ইস বৰস. Jansatta
- ↑ দলিত সাহিত্য কা সমকালীন পৰিদৃশ্য/Dalit Sahitya ka Samkaleen Paridrishya/. Sahapedia
- ↑ ভাৰতী, কঁৱল ভাৰতী. (2023-04-24). হেমলতা মহিশ্বৰ কী দলিত চেতনা পৰ প্ৰশ্ন চিহ্ন লগাতি উনকী কবিতায়েঁ. Forward Press
- ↑ যুদ্ধৰত আম আদমী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমলতা মহিশ্বৰ” প্ৰবন্ধৰ সংশোধন ৬১২৪৫১ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।