হিনা খান (Hina Khan); জন্ম: ২ অক্টোবৰ ১৯৮৭))এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছন আৰু চলচ্চিত্ৰত অভিনয় কৰে। ষ্টাৰ প্লাছৰ য়েহ ৰিষ্ঠা ক্যা কেহলাতা হাই১ ত অক্ষৰা আৰু কছ'উটি জিন্দাগী কে ২ ত কম'লিকাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।২২০১৭ চনত তেওঁ ৰিয়েলিটি শ্ব' ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি ৮৩ আৰু বিগ বছ ১১৪ত অংশগ্ৰহণ কৰে আৰু দুয়োটাতে ৰানাৰ্ছ আপ হিচাপে আত্মপ্ৰকাশ কৰে।
তথ্যসূত্ৰ
- ↑ (14 March 2019). TV actors question the curious case of missing end credit rolls. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Kasautii Zindagii Kay 2: Ekta Kapoor reveals Hina Khan's look as Komolika. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Updated:Sat, Prachi Kulkarni ·; September 30; 2017 11:09pm. (30 September 2017). Khatron Ke Khiladi 8 Grand Finale Episode Review: Shantanu Maheshwari Beats Hina Khan, Grabs The Winner's Title. India.com
- ↑ (22 September 2017). Bigg Boss 11: Hina Khan aka Akshara of 'Yeh Rishta Kya Kehlata Hai' to be a part of the show?
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিনা খান” প্ৰবন্ধৰ সংশোধন ৫৪৩৮৯৫ (১৬ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।