অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হালধীয়া ঠেঙৰ হাইঠা

হালধীয়া ঠেঙৰ হাইঠা (Yellow-footed Green Pigeon, বৈজ্ঞানিক নাম- Treron phoenicoptera) ভাৰত উপমহাদেশত পোৱা হাইঠা চৰাইৰ এটা প্ৰজাতি৷ তাৰোপৰি ই ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক চৰাই হিচাপেও স্বীকৃত৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

হালধীয়া ঠেঙৰ হাইঠা (Yellow-footed Green Pigeon, বৈজ্ঞানিক নাম- Treron phoenicoptera) ভাৰত উপমহাদেশত পোৱা হাইঠা চৰাইৰ এটা প্ৰজাতি৷ তাৰোপৰি ই ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক চৰাই হিচাপেও স্বীকৃত৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷

তথ্যসূত্ৰ

  • Rasmussen, P. C. and Anderton, J. C. (2005) Birds of South Asia. The Ripley Guide. Vol 1 and 2. Smithsonian Institution and Lynx Edicions.

সম্পৰ্কিত শ্ৰেণী

পাৰঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া ঠেঙৰ হাইঠা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৫৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।