অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্নেহা সোৰেন

স্নেহা সোৰেন (জন্ম ২০০১) ভাৰতৰ এগৰাকী মহিলা ভাৰোত্তোলনকাৰী। অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত হোৱা ২০১৭ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ লগতে ২০২৩ চনৰ নেশ্যনেল গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ বাবে ওড়িশা চৰকাৰৰ পৰা সোৰেনে একলব্য বঁটা লাভ কৰিছিল।

হালনাগাদ: ৬ জুলাই ২০২৫ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

স্নেহা সোৰেন (জন্ম ২০০১) ভাৰতৰ এগৰাকী মহিলা ভাৰোত্তোলনকাৰী।১ অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত হোৱা ২০১৭ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত২ তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ লগতে ২০২৩ চনৰ নেশ্যনেল গেমছত৩ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ বাবে ওড়িশা চৰকাৰৰ পৰা সোৰেনে একলব্য বঁটা লাভ কৰিছিল।৪৫

ব্যক্তিগত জীৱন

বেতনোটিৰ সমীপৰ ওড়িশাৰ ময়ূৰভঞ্জৰ শিখৰঘাটত বাদা আৰু ছীতা সোৰেনৰ ঘৰত স্নেহা সোৰেনৰ জন্ম হৈছিল।

তেওঁ কৃষ্ণ চন্দ্ৰপুৰ নিউ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰু শ্ৰীৰাম চন্দ্ৰ ভঞ্জ জুনিয়ৰ কলেজ ৰগধা ময়ূৰভঞ্জৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল।

কৃষ্ণ চ্নাদ্ৰপুৰ নিউ গভৰ্ণম হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰু শ্ৰীৰাম চন্দ্ৰ ভাঞ্জ জুনিয়ৰ কলেজ ৰাগধ ময়ূৰভঞ্জৰ পৰা ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰে। তেওঁ স্নাতক ডিগ্ৰীৰ বাবে বৰ্তমান কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিত অধ্যয়ন কৰি আছে।১

তথ্যসূত্ৰ

  1. ↑ Pani. Personalities. Orisports: Encyclopedia of Orissa Sports
  2. ↑ Commonwealth Senior, Junior & Youth Weightlifting Championships. SportsTalk24
  3. ↑ Mohapatra, Rajendra Prasad. (25 October 2023). National Games 2023: Odisha weightlifters Jhilli Dalabehera & Sneha Soren bag bronze medals. Odisha TV
  4. ↑ (27 December 2020). Hockey star Namita Toppo honoured with Ekalavya Puraskar. হিন্দুস্তান টাইমছ
  5. ↑ (9 November 2020). Weightlifter Sneha Soren nominated for the Ekalabya citation. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়াবিদচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্নেহা সোৰেন” প্ৰবন্ধৰ সংশোধন ৫২২৪৫০ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।