অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আউন্স

আউন্স (Ounce) হ’ল ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ঘাইকৈ ব্ৰিটিছ সাম্ৰাজ্যত প্ৰচলিত এই এককৰ ব্যৱহাৰ বৰ্তমান প্ৰায় অপ্ৰচলিত। সংক্ষেপে ‘১ আউন্স’ একক ‘1 Oz’ বুলি লিখা হয়। কঠিন পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৩৫ গ্ৰাম তৰল পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৪৩ ঘন চেণ্টিমিটাৰ

হালনাগাদ: ১৫ জানুৱাৰী ২০২১ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

আউন্স (Ounce) হ’ল ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ঘাইকৈ ব্ৰিটিছ সাম্ৰাজ্যত প্ৰচলিত এই এককৰ ব্যৱহাৰ বৰ্তমান প্ৰায় অপ্ৰচলিত। সংক্ষেপে ‘১ আউন্স’ একক ‘1 Oz’ বুলি লিখা হয়।১ কঠিন পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৩৫ গ্ৰাম তৰল পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৪৩ ঘন চেণ্টিমিটাৰ

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, পৃষ্ঠা নং: ৭৬

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আউন্স” প্ৰবন্ধৰ সংশোধন ২৫৯২৯৯ (১৫ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।