অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মাংসসাৰ

মাংসসাৰ বা প্ৰ'টিন হৈছে একপ্ৰকাৰৰ বৃহৎ জৈৱযৌগ। এক বা একাধিক এমিন' এচিডৰ দীঘল শৃংখলৰ দ্বাৰা ইহঁতৰ গঠন হয়। প্ৰ'টিনে জীৱ দেহত পৰিপাকীয় বিক্ৰিয়াৰ অনুঘটক, DNA পুনৰোৎপাদন, উদ্দীপনাৰ প্ৰতি সঁহাৰি, এটা অংশৰ পৰা আন অংশলৈ অনুৰ পৰিবহণকে ধৰি বিভিন্ন কাৰ্য সংঘটিত কৰে।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২০ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

মাংসসাৰ বা প্ৰ'টিন হৈছে একপ্ৰকাৰৰ বৃহৎ জৈৱযৌগ। এক বা একাধিক এমিন' এচিডৰ দীঘল শৃংখলৰ দ্বাৰা ইহঁতৰ গঠন হয়। প্ৰ'টিনে জীৱ দেহত পৰিপাকীয় বিক্ৰিয়াৰ অনুঘটক, DNA পুনৰোৎপাদন, উদ্দীপনাৰ প্ৰতি সঁহাৰি, এটা অংশৰ পৰা আন অংশলৈ অনুৰ পৰিবহণকে ধৰি বিভিন্ন কাৰ্য সংঘটিত কৰে। বিভিন্ন প্ৰ'টিনৰ এমিন' এচিডৰ সাজোনৰ ভিন্নতা থাকে, যিটো সিহঁতৰ জীনৰ নিউক্লিয়টাইড সজ্জাই নিৰ্ধাৰণ কৰে, আৰু ইযাৰ ফলতেই প্ৰ'টিনে সিহঁতৰ বিশেষ ত্ৰি-অক্ষীয় গঠন লাভ কৰে যিয়ে সিহঁতৰ কাৰ্য নিৰ্ণয় কৰে।

সম্পৰ্কিত শ্ৰেণী

জৈৱ যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাংসসাৰ” প্ৰবন্ধৰ সংশোধন ২৫৪৩৭৭ (১৩ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।