সোনাৰি মহাবিদ্যালয় এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ১৯৭০ চনত স্থাপিত মহাবিদ্যালয়খন অসমৰ চৰাইদেউ জিলা জিলাৰ সোণাৰিত অৱস্থিত।১
বিভাগসমূহ
কলা
বিজ্ঞান
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাৰি মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৮১৯৯ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।