সোণাপুৰ মহাবিদ্যালয় (Sonapur College) হৈছে ১৯৯১ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ সোণাপুৰত অৱস্থিত স্নাতক মহলাৰ এখন সাধাৰণ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১ এই মহাবিদ্যালয়খনে কলা, বাণিজ্য আৰু বৃত্তিমূলক শিক্ষাৰ স্নাতক ডিগ্ৰীৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়ায়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাপুৰ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২৮৮৭০২ (২৯ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।