অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সূত্ৰধাৰ (আলোচনী)

সূত্ৰধাৰ (Sutradhar) হৈছে এখন অসমীয়া ভাষাৰ আলোচনী। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।অসমত পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা আলোচনী ৰূপে সূত্ৰধাৰৰ স্থান উল্লেখযোগ্য।

হালনাগাদ: ২৯ মে’ ২০২১ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সূত্ৰধাৰ (Sutradhar) হৈছে এখন অসমীয়া ভাষাৰ আলোচনী। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।১অসমত পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা আলোচনী ৰূপে সূত্ৰধাৰৰ স্থান উল্লেখযোগ্য।২

প্ৰকাশ

সূত্ৰধাৰ আলোচনীখন ১৯৮৯ চনত প্ৰথম প্ৰকাশ হৈছিল। ২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (১৩ মে', ২০২১). মহাজীৱনৰ অস্তৰাগ. অসমীয়া প্ৰতিদিন
  2. ↑ প্ৰতাপ বৰদলৈ. (অক্টোবৰ, ২০১২). ইতিহাসৰ পাতত অসমৰ সংবাদ আৰু সাংবাদিকতা. অসম প্ৰকাশন পৰিষদ. পৃ. ৩৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰঅসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূত্ৰধাৰ (আলোচনী)” প্ৰবন্ধৰ সংশোধন ২৭৯৫৫৪ (২৯ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।