অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনীতা নাৰায়ণ

সুনীতা নাৰায়ণ (: Sunita Narain; জন্ম ১৯৬১) এগৰাকী ভাৰতীয় পৰিৱেশবিদ আৰু ৰাজনৈতিক কৰ্মীৰ লগতে বহনক্ষম উন্নয়নৰ সেউজ ধাৰণাৰ প্ৰধান সমৰ্থক।[1] নৰেইন চেণ্টাৰ ফৰ চাইন্স এণ্ড এনভাইৰনমেণ্টৰ ভাৰত ভিত্তিক গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান, ছ’চাইটি ফৰ এনভাইৰনমেণ্টেল কমিউনিকেশ্যনৰ সঞ্চালক আৰু পষেকীয়া আলোচনী…

হালনাগাদ: ৩ মাৰ্চ ২০২৫ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

সুনীতা নাৰায়ণ (: Sunita Narain; জন্ম ১৯৬১) এগৰাকী ভাৰতীয় পৰিৱেশবিদ আৰু ৰাজনৈতিক কৰ্মীৰ লগতে বহনক্ষম উন্নয়নৰ সেউজ ধাৰণাৰ প্ৰধান সমৰ্থক।[1]১ নৰেইন চেণ্টাৰ ফৰ চাইন্স এণ্ড এনভাইৰনমেণ্টৰ ভাৰত ভিত্তিক গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান, ছ’চাইটি ফৰ এনভাইৰনমেণ্টেল কমিউনিকেশ্যনৰ সঞ্চালক আৰু পষেকীয়া আলোচনী ডাউন টু আৰ্থৰ সম্পাদক।

২০১৬ চনত টাইম মেগাজিনৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত নাৰায়ণৰ নাম অন্তৰ্ভুক্ত হয়। বিফোৰ দ্য ফ্লাড (২০১৬) নামৰ তথ্যচিত্ৰখনত লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ৰ সৈতে অভিনয় কৰি ভাৰতৰ বাৰিষাৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ই কৃষকসকলক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে আলোচনা কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Narain, Sunita. (28 March 2017). 'Why I don't advocate vegetarianism': Indian environmentalist Sunita Narain explains her position. Scroll.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীতা নাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৪৮৬৩০২ (৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।