অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীতা সোৰেন

সীতা মুৰ্মু ওৰফে সীতা সোৰেন এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জামাৰ পৰা ঝাৰখণ্ড বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী নেত্ৰী ৷ তেওঁ জেএমএমৰ মুৰব্বী শিবু সোৰেনৰ বোৱাৰী আৰু প্ৰয়াত দুৰ্গা সোৰেনৰ পত্নী ৷ তেওঁ ২০১২ চনৰ ৰাজ্যসভা নিৰ্বাচনত ভোটদানত ধন লাভ কৰাৰ অভিযোগ উত্থাপন কৰি…

হালনাগাদ: ৬ জুলাই ২০২৫ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

সীতা মুৰ্মু ওৰফে সীতা সোৰেন এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জামাৰ পৰা ঝাৰখণ্ড বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী নেত্ৰী ৷ তেওঁ জেএমএমৰ মুৰব্বী শিবু সোৰেনৰ বোৱাৰী আৰু প্ৰয়াত দুৰ্গা সোৰেনৰ পত্নী ৷১২৩ তেওঁ ২০১২ চনৰ ৰাজ্যসভা নিৰ্বাচনত ভোটদানত ধন লাভ কৰাৰ অভিযোগ উত্থাপন কৰি ৭ মাহ কাৰাবাস খাটিছিল। এতিয়া তেওঁ জামিন লাভ কৰিছে।৪৫

ৰাজনৈতিক যাত্ৰা

২০০৯ চনত ঝাৰখণ্ডৰ জামা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচিত হোৱাৰ পিছত ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি লাভ কৰে ৷ ২০১৪ চনত একেটা সমষ্টিৰ পৰাই ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। ২০১৯ চনত ঝাৰখণ্ডৰ জামা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচনত জয়লাভ কৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ Sita Murmu Alias Sita Soren(JMM):Constituency- JAMA (ST)(DUMKA ) - Affidavit Information of Candidate:. myneta.info
  2. ↑ Who Is Sita Soren? Three-Time MLA And Daughter-In-Law Of Shibu Soren. www.shethepeople.tv
  3. ↑ सियासत: अपनी ही सरकार के खिलाफ विधानसभा के बाहर धरने पर बैठीं सीएम हेमंत सोरेन की भाभी, जानें क्या है मामला. Amar Ujala
  4. ↑ Sita Murmu Alias Sita Soren(JMM):Constituency- JAMA (ST)(DUMKA ) - Affidavit Information of Candidate:. myneta.info
  5. ↑ Sita Soren gets bail in horse-trading case | India News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Sita Murmu Alias Sita Soren(JMM):Constituency- JAMA (ST)(DUMKA ) - Affidavit Information of Candidate:. myneta.info

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতা সোৰেন” প্ৰবন্ধৰ সংশোধন ৫২২৪৬৩ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।