সঞ্চিতা ভট্টাচাৰ্য ( ইংৰাজী: Sanchita Bhattacharya; জন্ম: ১৯ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা, সুৰকাৰ আৰু টেলিভিছনৰ সৈতে জড়িত ব্যক্তি। তেওঁ ১৪ বছৰ বয়সত ছা ৰে গা মা পা লিটল চেম্পছত ৰাজহুৱা ভোটদানৰ দ্বাৰা জয়লাভ কৰা প্ৰথমগৰাকী মহিলা। তেওঁ ভাৰতীয় বিভিন্ন ভাষাৰ ছবি আৰু এলবামৰ বাবে গীত ৰেকৰ্ডিং কৰিছে।১২৩৪
ডিস্ক’গ্ৰাফি
| মুক্তি নোপোৱা চলচ্চিত্ৰসমূহ চিহ্নিত কৰে |
| বৰ্ষ | চলচ্চিত্ৰ | গীত | সংগীত পৰিচালক | সহ-গায়ক(গায়িকা) | টোকা |
|---|---|---|---|---|---|
| ২০০৭ | বাল গণেশ | হাতী কা বল হ্যায় | সমীৰ টেণ্ডন | একক | হিন্দী |
| ২০০৮ | মিথ্যা (চলচ্চিত্ৰ) | জৰা জৰা | সাগৰ দেশাই | একক | |
| ২০১৩ | য়মলা পাগলা দিৱানা 2 | য়মলা পাগলা দিৱানা | শাৰিব-তোচি | সুখৱিন্দৰ সিং, শংকৰ মহাদেৱান, ৰাহুল শেঠ | |
| সাদী দাৰু দা পানী (YPD সংস্কৰণ) | তোচি ছাব্ৰী, ৰাহুল শেঠ | ||||
| কৃষ্ণৰুপা | জয় জয় কৃষ্ণ | ৰূপা ৰমন | একক | ||
| শ্ৰীনাথজী দৰ্শন | অন্বেষা, শ্ৰাবণী চৌধুৰী | ||||
| ২০১৪ | কাঁচি: দ্য আনব্ৰেকেবল | কশম্পা | ইছমাইল দৰবাৰ | অন্বেষা আৰু সুভাষ ঘাই | |
| কম্বল কে নীচে | নীতি মহন, ঐশ্বৰ্য মজুমদাৰ | ||||
| আদিয়ে আদিয়ে | এভ্ৰিল কুৱাড্ৰোছ | ||||
| মাসুম (২০১৪ চলচ্চিত্ৰ) | আজ থেকে তুমি | সঞ্জীব সৰকাৰ | প্ৰসেনজিত মল্লিক | বাংলা | |
| ২০১৮ | পুৰুলিয়া এক্সপ্ৰেছ (এলবাম) | এণ্টি-ভাইৰাছ | শুভম গাংগুলী | ৰাজ চক্ৰৱৰ্তী | |
| দাঙ্গা: দ্য ৰায়ট | চল সনম | সৌমিত্ৰ কুণ্ডু | সুজয় ভৌমিক | ||
| সাগৰ মেৰে পাছ (এলবাম) | সাগৰ মেৰে পাস | পাৰ্থ ব্যানাৰ্জী | পাৰ্থ ব্যানাৰ্জী | হিন্দী | |
| এণ্টি ভাইৰাছ (এলবাম) | দ্য লাষ্ট ৱৰ্ড | শুভম গাংগুলী | একক | বাংলা | |
| মেম'ৰী | ৰাজ চক্ৰৱৰ্তী | ||||
| ছাউণ্ড অফ বাংলাদেশ | |||||
| পুৰুলিয়া এক্সপ্ৰেছ | |||||
| 18+ | |||||
| বাটাৰফ্লাই | |||||
| বুঢ়ী | |||||
| ২০১৯ | ভুলতে পাৰিনি (এলবাম) | ভুলতে পাৰিনি | শান্তিৰাজ খোস্লা | একক | |
| তুমি বিনা বন্ধু (এলবাম) | তুমি বিনা বন্ধু | বৈদ্যনাথ দাশ | শ্যাম পাল | ||
| ভোকাট্টা | বুলাদি (আইটেম ছং) | একক |
তথ্যসূত্ৰ
- ↑ (4 December 2006). Sa Re Ga Ma Pa winner Sanchita Bhattacharya to sing item number. India Today
- ↑ Bengal's Sanchita is Li' Champ. The Telegraph
- ↑ The Tribune – Magazine section – Saturday Extra. The Tribune
- ↑ (2006-11-23). Bollywood break
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্চিতা ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৩৯ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।