অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেৰমি উলাহান্নান

শ্বেৰমি উলাহান্নান (ইংৰাজী: Shermi Ulahannan) কাবাডী খেলত ভাৰতৰ প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ। ২০১০ চনত গুৱাংঝোত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দলটোৰ সদস্য আছিল শ্বেৰমি উলাহান্নান।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শ্বেৰমি উলাহান্নান (ইংৰাজী: Shermi Ulahannan) কাবাডী খেলত ভাৰতৰ প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ। ২০১০ চনত গুৱাংঝোত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দলটোৰ সদস্য আছিল শ্বেৰমি উলাহান্নান।১২৩

জীৱন আৰু কেৰিয়াৰ

শ্বেৰমি উলাহান্নানৰ ঘৰ কেৰালাৰ কাছাৰাগোড জিলাৰ মালম গাঁৱৰ কন্নাক্কাড অঞ্চলত।২ বল্লিককাদৱৰ জি. এইচ. এছ. এছ. মালোথ কেশবাত (GHSS Maloth Kasaba) অধ্যয়ন কৰিছিল।

২০০৮ চনত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত এছিয়ান সমুদ্ৰ তীৰৰ কাবাডি গেমছত তেওঁ সোণৰ পদক লাভ কৰিছিল। তেওঁ কেৰালাৰ মহিলা কাবাডি দলৰ প্ৰাক্তন অধিনায়ক আছিল। তেওঁ এছিয়ান গেমছৰ কাবাডিত স্বৰ্ণ পদক লাভ কৰা কেৰালাৰ প্ৰথমগৰাকী মহিলা। ২০১৫ চনৰ ২৫ অক্টোবৰত মিষ্টাৰ নিমি চেবাষ্টিয়ানৰ (Mr. Nimmy Sebastian) সৈতে তেওঁৰ বিবাহ হয়। ২০১১ চনৰ মাৰ্চ মাহৰ পৰা তেওঁ কেৰেলাৰ চৰকাৰী সচিবালয়ত কাম কৰি আছে।

তথ্যসূত্ৰ

  1. ↑ Vinod, A. (29 November 2010). Kerala still in celebratory mood after Asiad impression. The Hindu. The Hindu Group
  2. ↑ (8 January 2011). Colourful start to district youth fete. The Hindu. The Hindu Group
  3. ↑ SHARMI ULAHANNAN

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰমি উলাহান্নান” প্ৰবন্ধৰ সংশোধন ৬৪০২৪৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।