অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাশ্বতী সেন

শ্বাশ্বতী সেন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ধাৰা, কথকৰ প্ৰসাৰক। পণ্ডিত বীৰজু মহাৰাজৰ জ্যেষ্ঠ শিষ্যা আছিল তেওঁ আৰু এতিয়া নতুন দিল্লীৰ জোৰবাগ জিলাৰ কলাশ্ৰম ইনষ্টিটিউটত তেওঁ অধ্যাপনা আৰু নৃত্য পৰিৱেশন কৰে।

হালনাগাদ: ১১ এপ্ৰিল ২০২৪ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শ্বাশ্বতী সেন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ধাৰা, কথকৰ প্ৰসাৰক। পণ্ডিত বীৰজু মহাৰাজৰ জ্যেষ্ঠ শিষ্যা আছিল তেওঁ আৰু এতিয়া নতুন দিল্লীৰ জোৰবাগ জিলাৰ কলাশ্ৰম ইনষ্টিটিউটত তেওঁ অধ্যাপনা আৰু নৃত্য পৰিৱেশন কৰে।১

২০০৪ চনত শ্বাশ্বতী সেনে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Anand, Shilpa. (2012-05-18). Kathak's ‘abhinaya' queen. দ্য হিন্দু
  2. ↑ Sangeet Natak Akademi Awards 2004 Awards Ceremony & Festival. Sangeet Natak Akademi website

সম্পৰ্কিত শ্ৰেণী

নৃত্যশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাশ্বতী সেন” প্ৰবন্ধৰ সংশোধন ৪১৮০৩৩ (১১ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।