শেৰবাজ খান আব্বাছি (বাজ খান নামেৰেও পৰিচিত) ব্ৰিটিছ ৰাজ সময়ৰ উত্তৰ পাঞ্জাবৰ ধূন্ধ আব্বাছি জনগোষ্ঠীৰ এগৰাকী নেতা।
১৮৫৭ চনৰ জুলাই মাহত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ সময়ত শেৰবাজ খানে ৩০০ জনীয়া বাহিনীৰে ব্ৰিটিছ বসতিস্থলত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু তেওঁৰ পৰিকল্পনা ব্ৰিটিছৰ হাতত ফাদিল হৈ পৰে আৰু তেওঁ বিফল হৈ ব্ৰিটিছৰ হাতত বন্দী হয়। পৰৱৰ্তী সময়ত তেওঁৰ বিচাৰ হয় আৰু শাস্তি প্ৰদান কৰা হয়। শাস্তিমতে তেওঁক কামানৰ সন্মুখত ৰাখি গুলীচালনা কৰি হত্যা কৰা হয়।১২
ব্যাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Punjab and The Rebellion of 1857 Pakistan Geotagging website, Published 26 April 2015, Retrieved 2 March 2019
- ↑ Murree Rebellion of 1857 GoogleBooks website, Retrieved 2 March 2019
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেৰবাজ খান” প্ৰবন্ধৰ সংশোধন ৩৮৬৩৮৫ (৮ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।