অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শীলা বালাজী

শীলা বালাজী: Sheela Balaji; শীলা বালাজী "AIM For Seva" নামেৰে ভাৰতীয় শিক্ষা সম্পৰ্কীয় অলাভজনক সংস্থা (NGO) ৰ নেতৃত্ব দিয়ে। তেওঁ "নাৰী শক্তি পুৰস্কাৰ"ৰ প্ৰাপক। তেওঁ প্ৰসিদ্ধ উদ্যোগপতি টি. ভি. সুন্দৰাম আইয়েংগাৰৰ (T. V. Sundram Iyengar) নাতিনী।

হালনাগাদ: ১৬ মে’ ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শীলা বালাজী: Sheela Balaji; শীলা বালাজী "AIM For Seva" নামেৰে ভাৰতীয় শিক্ষা সম্পৰ্কীয় অলাভজনক সংস্থা (NGO) ৰ নেতৃত্ব দিয়ে। তেওঁ "নাৰী শক্তি পুৰস্কাৰ"ৰ প্ৰাপক। তেওঁ প্ৰসিদ্ধ উদ্যোগপতি টি. ভি. সুন্দৰাম আইয়েংগাৰৰ (T. V. Sundram Iyengar) নাতিনী।

জীৱন

বালাজী AIM For Seva ১ ৰ পৰিচালন ট্ৰাষ্টী আৰু অধ্যক্ষ যিয়ে তামিলনাডুৰ মাঞ্জাক্কুডিত এখন বৃহৎ বিদ্যালয় চলায় আৰু ইয়াৰ উপৰিও সমগ্ৰ ভাৰততে ১০০ টা হোষ্টেল আছে।২ স্বামী দয়ানন্দ শৈক্ষিক ন্যাসৰো দায়িত্বত আছে।৩

তেওঁ থলুৱা জাতৰ ধানৰ খেতি আৰম্ভ কৰে।৪ ২০১১ চনত তেওঁৰ গ্ৰন্থ স্বামী দয়ানন্দ সৰস্বতী: অৱদান আৰু লেখা, প্ৰকাশ পায়।৫

২০১৩ চনত বালাজীয়ে মাঞ্জাক্কুডিত শস্যৰ প্ৰতি উৎসৰ্গিত এক উৎসৱৰ আয়োজন কৰে, যাৰ ফলত পুৰণি ধানৰ জাত পুনৰ আৱিষ্কাৰ হয়।৪ ২০১৫ চনত তেওঁৰ গ্ৰন্থ উইদাউট এ চেকেণ্ড: কনচেপ্টছ অৱ নন ডুৱেলিটি প্ৰকাশ পায়।৬

২০১৮ চনত বালাজীক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰা হয়।৭২ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত (ৰাষ্ট্ৰপতি ভৱন) ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰি এই বঁটা বিনিয়োগ কৰে। সেই বছৰ প্ৰায় ৪০ জন ব্যক্তি বা সংস্থাক সন্মান জনোৱা হয় আৰু তেওঁলোকে এই বঁটা আৰু ১ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ Staff Reporter. (2014-02-02). Aim for Seva sets up 100th free student home. The Hindu
  2. ↑ (7 March 2018). Meet Ms. Sheela Balaji, #NariShakti Puraskar 2017 awardee.. PIB India
  3. ↑ Our Chairperson & Managing Trustee. sdet.in
  4. ↑ (21 July 2017). This Woman's Preserved 30 Indigenous Rice Varieties & Is Making Sure You Get a Grain of History Too!. The Better India
  5. ↑ Pre-publication notice for Swami Dayananda Saraswati: Contributions & Writings
  6. ↑ Balaji, Sheela. (2015). Without a Second: Concepts of Non Duality. Arsha Vidya Research and Publication Trust. ISBN 978-93-80049-83-0
  7. ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in
  8. ↑ (9 March 2018). International Women's Day: President Kovind honours 39 achievers with 'Nari Shakti Puraskar'. The New Indian Express

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা বালাজী” প্ৰবন্ধৰ সংশোধন ৬০৬৬৭৯ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।