অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শীলা বালকৃষ্ণন

ডাঃ শীলা বালকৃষ্ণন এগৰাকী প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ৷ তেওঁ প্ৰসূতি আৰু স্ত্ৰীৰোগ সম্পৰ্কীয় তিনিখন গ্ৰন্থ লিখিছে। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ সহযোগী অধ্যাপক। তেওঁ তিৰুৱনন্তপুৰম মেডিকেল কলেজৰ পৰা এম ডি আৰু ডি এন বি কৰিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ডাঃ শীলা বালকৃষ্ণন এগৰাকী প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ৷১২ তেওঁ প্ৰসূতি আৰু স্ত্ৰীৰোগ সম্পৰ্কীয় তিনিখন গ্ৰন্থ লিখিছে। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ সহযোগী অধ্যাপক।৩ তেওঁ তিৰুৱনন্তপুৰম মেডিকেল কলেজৰ পৰা এম ডি আৰু ডি এন বি কৰিছে।৪ ১৯৯৪ চনত তেওঁ ৰয়েল কলেজ অৱ অবষ্টেট্ৰিচিয়ানছ এণ্ড গাইনেক’লজিষ্টৰ সদস্য হোৱাৰ পিছত ২০০৮ চনত ফেল’শ্বিপ লাভ কৰে। তাৰোপৰি তেওঁ ব্ৰিটেইনত কমনৱেলথ বৃত্তি লাভ কৰিছে৷৪ তেওঁ ফেডাৰেচন অৱ অবষ্টেট্ৰিক এণ্ড গাইনেক’লজিকেল ছ’চাইটিজ অৱ ইণ্ডিয়া (FOGSI) আৰু ইণ্ডিয়ান কলেজ অৱ অবষ্টেট্ৰিচিয়ান এণ্ড গাইনেক’লজিষ্টৰ সদস্য। বৰ্তমান তেওঁ এফ অ’ জি এছ আইৰ গৰ্ভনিৰোধক আৰু চিকিৎসাজনিত ৰোগ সমিতিৰ সদস্য। ২০১৩ চনৰ নৱেম্বৰ মাহত ডাঃ বালকৃষ্ণনৰ নেতৃত্বত এটা চিকিৎসা দলে তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতালত দক্ষিণ ভাৰতৰ প্ৰথমটো ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন বেবীৰ জন্মৰ কথা ঘোষণা কৰে।৫ তেওঁ তিনিখন গ্ৰন্থ লিখিছে, টেক্সটবুক অৱ অবষ্টেট্ৰিক্স৬ টেক্সটবুক অৱ গাইনেক'লজি ৭ আৰু ক্লিনিকেল কেছ ডিচকচন ইন অবষ্টেট্ৰিক্স এণ্ড গাইনেক'লজী'' আৰু বহুতো গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Kumar, Sunil. (17 June 2012). In-vitro fertility centres in government hospitals. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Schedule for All Kerala Congress on Obstetrics and Gynaecology. AKCOG
  3. ↑ C, Maya. Physicians worry about increasing incidence of hypothyroidism. The Hindu
  4. ↑ Balakrishnan, Sheila. (2010). Paras Medical Publishers. Paras Medical Publisher. পৃ. 470. ISBN 9788181912077
  5. ↑ (22 November 2013). South India's first ivf baby in Kerala government hospital. Madhyamam
  6. ↑ Text book of Obstetrics by Sheila Balakrishnan. Sapna Online
  7. ↑ Textbook of Gynaecology: Sheila Balakrishnan. The book depository

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা বালকৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৬৪০২৩৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।