ইন্দু বংগ এজন ভাৰতীয় ইতিহাসবিদ, যিয়ে পঞ্জাৱৰ ইতিহাস বিশ্লেষণ কৰে৷ তেওঁ চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত কৰ্মৰত৷১২
গ্ৰন্থপঞ্জী
- শিখসকলৰ কৃষি ব্যৱস্থা: অষ্টাদশ শতিকাৰ শেষ আৰু ঊনবিংশ শতিকাৰ আৰম্ভণি (১৯৭৮)৩
- ভাৰতীয় ইতিহাসত চহৰ: নগৰীয়া জনগাঁথনি, সমাজ আৰু ৰাজনীতি (১৯৯১)৪
- ভাৰতৰ বন্দৰ আৰু ইয়াৰ অন্তৰ্ভাগ, ১৭০০–১৯৫০ (১৯৯২)৫
- সমৃদ্ধি আৰু হিংসাত পঞ্জাব: প্ৰশাসন, ৰাজনীতি আৰু সামাজিক পৰিৱৰ্তন, ১৯৪৭–১৯৯৭ (১৯৯৮)৬
- ইতিহাস আৰু মতাদৰ্শ: ৩০০ বছৰৰ ওপৰৰ খালছা (১৯৯৯)৭
- লালা লাজপত ৰায় ইন ৰেট্ৰ'স্পেক্ট: পলিটিকেল, ইকনমিক, ছ'চিয়েল, এণ্ড কালচাৰেল কনচাৰ্নছ (২০০০)৮
তথ্যসূত্ৰ
- ↑ Gayatri, Geetanjali. (16 May 2004). In service of history. The Tribune
- ↑ Bajinder Pal Singh. (4 April 1999). Infighting harming only Sikhs: Experts. The Indian Express
- ↑ Banga, Indu. (1978). Agrarian System of the Sikhs at Google Books. ISBN 9780883867587
- ↑ Banga, Indu. (1991). The City in Indian History at Google Books. ISBN 9788185425405
- ↑ Banga, Indu. (1992). Ports and their hinterlands in India at Google Books. ISBN 9788185425863
- ↑ Grewal, J. S.; Banga, Indu. (1998). Punjab in prosperity and violence at Google Books. ISBN 9788186912010
- ↑ Grewal, J. S.; Banga, Indu. (1999). History and Ideology at Google Books. ISBN 9788185229126
- ↑ Grewal, J. S.; Banga, Indu. (2000). Lala Lajpat Rai in Retrospect at Google Books. ISBN 9788185322261
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দু বংগ” প্ৰবন্ধৰ সংশোধন ৪৮৫০০৫ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।