অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শব্দ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

শব্দ‍ই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে শব্দ: এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। ‌‌‌যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰণৰ উদ্দীপনা।

হালনাগাদ: ৫ জানুৱাৰী ২০২৫ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

শব্দ‍ই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে

  • শব্দ: এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। ‌‌‌যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰণৰ উদ্দীপনা।
  • শব্দ (অভিধান), হৈছে অভিধানকেন্দ্ৰিক ৱেবছাইট, ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাক স্থান দিয়া হৈছে।
  • শব্দ (ব্যাকৰণ): এটা বা তাতোকৈ অধিক বৰ্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। যেনে: ই, আম, কিতাপ, কাগজ আদি।
  • শব্দ প্ৰদূষণ: মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ।
  • শব্দ-শৃংখল: কথাৰে, বোৰ্ডেৰে, কাৰ্ডেৰে বা ভিডিঅ' গেমেৰে ভাষাৰ সক্ষতা পৰীক্ষা কৰিবলৈ বা ইয়াৰ ধৰ্মসমূহ বিচাৰ কৰিবলৈ আৰ্হি প্ৰস্তুত কৰা হয়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শব্দ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৪৬১৮৭২ (৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।