অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শব্দ (ব্যাকৰণ)

শব্দ হ'ল বৰ্ণৰ মিলন। সাধাৰণতে এটা বা তাতোকৈ অধিক বৰ্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। যেনে: ই, আম, ল'ৰা, ছোৱালী, কিতাপ, কাগজ, কলম আদি। বহল ব্যাকৰণৰ মতে অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলা যায়। - জুই, পানী, ঘৰ, মানুহ, অৰ্থযুক্ত বৰ্ণসমষ্টি, এতেকে সিহঁত শব্দ।

হালনাগাদ: ১৪ অক্টোবৰ ২০২৫ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

শব্দ হ'ল বৰ্ণৰ মিলন। সাধাৰণতে এটা বা তাতোকৈ অধিক বৰ্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে।১ যেনে: ই, আম, ল'ৰা, ছোৱালী, কিতাপ, কাগজ, কলম আদি।

বহল ব্যাকৰণৰ মতে অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলা যায়।২ - জুই, পানী, ঘৰ, মানুহ, অৰ্থযুক্ত বৰ্ণসমষ্টি, এতেকে সিহঁত শব্দ। দ, ৰ, ব অৰ্থযুক্ত বৰ্ণ, এতেকে সিহঁতে৷ শব্দ।

অধিক তথ্যৰ বাবে চাওক

তথ্যসূত্ৰ

  1. ↑ অসমীয়া ব্যাকৰণ. devlibrary.com
  2. ↑ অসমীয়া ভাষাত লিঙ্গ. as.m.wikisource.org

সম্পৰ্কিত শ্ৰেণী

ব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শব্দ (ব্যাকৰণ)” প্ৰবন্ধৰ সংশোধন ৫৪৩৭০৪ (১৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।