অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শদিয়া মহাবিদ্যালয়

শদিয়া মহাবিদ্যালয় অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত অৱস্থিত এখন সাধাৰণ মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাঠদান কৰে।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

শদিয়া মহাবিদ্যালয় অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত অৱস্থিত এখন সাধাৰণ মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাঠদান কৰে।১

বিভাগসমূহ

কলা

বিজ্ঞান

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শদিয়া মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৩৬৬৯১ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।