লোহাৰকী (মুখ্যতঃ পাকিস্তানত এই নাম ব্যৱহাৰ কৰা হয়) বা গড়ে লোহাৰ (মুখ্যতঃ ভাৰতত এই নাম ব্যৱহাৰ কৰা হয়) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা, যি ৰাজস্থানী-মাৰৱাড়ী ভাষাগোষ্ঠীৰ অন্তৰ্গত।১ এই ভাষা পাকিস্তানৰ সিন্ধ প্ৰান্তত প্ৰায় ২০০০০ আৰু ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰায় ১০০০ যাযাবৰী লোকে ব্যৱহাৰ কৰে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোহাৰকী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৫৫৩৮৫ (২৪ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।