অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লালু প্ৰসাদ যাদৱ

লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav), এজন ভাৰতীয় ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ সভাপতি। তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (১৯৯০-১৯৯৭), ভাৰতৰ প্ৰাক্তন ৰেল মন্ত্ৰী (২০০৪-২০০৯), তাৰোপৰি লোকসভাৰ প্ৰাক্তন সংসদ সদস্য (এম পি)ও আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav), এজন ভাৰতীয় ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ সভাপতি।১২ তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (১৯৯০-১৯৯৭), ভাৰতৰ প্ৰাক্তন ৰেল মন্ত্ৰী (২০০৪-২০০৯), তাৰোপৰি লোকসভাৰ প্ৰাক্তন সংসদ সদস্য (এম পি)ও আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

পিতৃ-মাতৃৰ ছয় পুত্ৰৰ ভিতৰত দ্বিতীয় সন্তান লালু প্ৰসাদ যাদৱৰ জন্ম বিহাৰৰ গোপালগঞ্জ জিলাৰ ফুলৱাৰিয়া গাঁৱত কুন্দন ৰায় আৰু মাৰাচিয়া দেৱীৰ ঘৰত হৈছিল। স্থানীয় মজলীয়া বিদ্যালয়ত পঢ়াৰ পিছত তেওঁ ডাঙৰ ভাইটিৰ সৈতে পাটনালৈ গৈ পঢ়িবলৈ লয়।৩

পাটনা বিশ্ববিদ্যালয়ৰ অধীনস্থ বি এন কলেজৰ পৰা আইন শাখাত স্নাতক‌ আৰু ৰাজনীতি বিজ্ঞানত এম.এ. কৰে।৪ তেওঁ পাটনাৰ বিহাৰ পশু চিকিৎসা মহাবিদ্যালয়ত কেৰাণী হিচাপে কাম কৰিছিল য'ত তেওঁৰ ডাঙৰ ভাতৃও পিয়ন আছিল। লালু প্ৰসাদ যাদৱ কৃষি জাতিৰ।৫ ২০০৪ চনত তেওঁক পাটনা বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল।৬

ব্যক্তিগত জীৱন

লালু প্ৰসাদ যাদৱে ১৯৭৩ চনৰ ১ জুনত ৰাবৰি দেৱীক বিয়া কৰায়, আৰু তাৰ পিছত তেওঁলোকৰ দুজন পুত্ৰ আৰু সাতজনী কন্যা সন্তান জন্ম হয়।৭৮৯

তথ্যসূত্ৰ

  1. ↑ Scanned Copy of 2009 Lok Sabha election affidavit. Association of Democratic Reforms
  2. ↑ (30 September 2013). Lalu Prasad Yadav: The shrewd politician's highs and lows. Rediff
  3. ↑ (3 October 2013). The Promise And Betrayal Of Lalu Prasad Yadav. Tehlka.com
  4. ↑ (1948-06-11). What are the qualifications (schooling) of Modi and Lalu Yadav?. Quora
  5. ↑ (1 October 2013). Lalu, the milkman's son who rose from clerk to CM. The Times of India
  6. ↑ (11 January 2004). Laloo says 'no' to PU doctorate. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (19 November 2013). Lalu paid off a debt to his wife handsomely. DNA
  8. ↑ Thakurta, Paranjoy Guha. (8 May 2004). The durability of Laloo Prasad Yadav. Business Line
  9. ↑ (24 August 2022). Sons in Bihar cabinet, daughters wed to Mulayam kin - sprawling Lalu family tree spans party lines. The Print

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালু প্ৰসাদ যাদৱ” প্ৰবন্ধৰ সংশোধন ৩৮২৮৪৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।