লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বা লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে:
- লাও হৈছে অসমৰ এবিধ পৰম্পৰাগত নিচাজাতীয় পানীয়।
- লাও (পাচলি) হৈছে খাদ্যৰূপে ব্যৱহৃত এবিধ পাচলি।
- লাউচ বা লাও হৈছে দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ।
- লাও ভাষা হৈছে লাউচৰ আধিকাৰীক ভাষা।
- লাও জনগোষ্ঠী দক্ষিণ-পূব এছিয়াৰ এক খিলঞ্জীয়া টাই জনগোষ্ঠী।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৩৭২০৪০ (১৮ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।