ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় (Lalit Chandra Bharali College) হৈছে ১৯৭১ চনত স্থাপিত অসমৰ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এখন সাধাৰণ স্নাতকৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১
বিভাগ
বিজ্ঞান
- পদাৰ্থ বিজ্ঞান
- গণিত
- ইলেক্ট্ৰনিকছ এণ্ড কমুনিকেশ্যন টেক্নোলজি (Electronics and communication technology)
- পৰিসংখ্যা
- কম্পিউটাৰ বিজ্ঞান
কলা আৰু বাণিজ্য
- অসমীয়া
- বঙালী
- ইংৰাজী
- হিন্দী
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি
- বাণিজ্য
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮২৮২৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।