লক্ষ্মী গৌতম (: Laxmi Gautam; ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ উত্তৰ প্ৰদেশৰ ষোড়শ বিধানসভাৰ সদস্য আছিল। উত্তৰ প্ৰদেশৰ চণ্ডাউছি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু সমাজবাদী পাৰ্টিৰ সদস্য।১২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
লক্ষ্মী গৌতমৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ বুডাউনত। এম জে পি ৰোহিলখণ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। গৌতম অনুসূচিত জাতি সম্প্ৰদায়ৰ অন্তৰ্গত।
ৰাজনৈতিক কেৰিয়াৰ
লক্ষ্মী গৌতম এটা কাৰ্যকালৰ বাবে বিধায়ক হৈ আছে। চান্দাউছি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু সমাজবাদী পাৰ্টিৰ সদস্য।
দখল কৰা পদ
২০১২চনৰ পৰা ২০১৭ চনলৈ ১৬ নং বিধানসভা সদস্য,চন্দাউছি
লগতে চাওক
- চণ্ডাউছি
- ভাৰতৰ ৰাজনীতি
- উত্তৰ প্ৰদেশৰ ষোল্লতম বিধানসভা
- উত্তৰ প্ৰদেশ বিধানসভা
তথ্যসূত্ৰ
- ↑ 2012 Election Results. ভাৰতৰ নিৰ্বাচন আয়োগ website
- ↑ All MLAs from Assembly Constituency. Elections.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী গৌতম” প্ৰবন্ধৰ সংশোধন ৪৯০৪৭৮ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।