মেৰেং ( Mereng) হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১০ চনৰ ডিচেম্বৰ মাহত বনলতা প্ৰকাশনে উপন্যাসখন প্ৰথম প্ৰকাশ কৰি উলিয়ায়। ইন্দিৰা মিৰিৰ জীৱনক কেন্দ্ৰ কৰি মূলতঃ এই উপন্যাসখন লিখা হৈছিল।১
তথ্যসূত্ৰ
- ↑ অনুৰাধা শৰ্মা পূজাৰী. (2010). Mereng. Banalata. পৃ. 200
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰেং” প্ৰবন্ধৰ সংশোধন ৪৬৩৩৪৮ (১২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।