অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মীৰা (১৯৭৯ চলচ্চিত্ৰ)

মীৰা ১৯৭৯ চনৰ গুলজাৰ ৰচিত আৰু পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ সন্ধানত ৰাজকীয় আৰাম ত্যাগ কৰা হিন্দু সাধ্বী-কবি মীৰাৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন। ভাৰতীয় বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল যদিও সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মীৰা ১৯৭৯ চনৰ গুলজাৰ ৰচিত আৰু পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ সন্ধানত ৰাজকীয় আৰাম ত্যাগ কৰা হিন্দু সাধ্বী-কবি মীৰাৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন।১

ভাৰতীয় বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল যদিও সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।২৩

ছবিখনৰ সাজ-পোছাক ডিজাইনাৰ ভানু আথাইয়াই মীৰা শাড়ীৰ পৰিৱৰ্তিত ৰং ব্যৱহাৰ কৰি তেওঁৰ আধ্যাত্মিক বিকাশক কৃষ্ণত বিলীন হোৱা দেখুৱাইছিল। ৰাজকুমাৰী হিচাপে জীৱন্ত ৰঙৰ পৰা আৰম্ভ কৰি তেওঁ ৰাজপ্ৰসাদ এৰি কমলা ৰঙেৰে ওলাই যায়। লাহে লাহে হালধীয়া, পাতল নীলা আৰু শেষত বহুত শেঁতা ৰঙলৈ পৰিৱৰ্তিত হয়।৪

বঁটা

  • ১৯৮০: শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা - বাণী জয়ৰাম ("মেৰে তো গিৰিধৰ গোপাল" গীতটোৰ বাবে)

তথ্যসূত্ৰ

  1. ↑ Lokapally, Vijay. (3 September 2015). Meera (1979). দ্য হিন্দু
  2. ↑ Bhawana Somaaya. (1 February 2008). Hema Malini: The Authorized Biography. Roli Books Private Limited. পৃ. 77–. ISBN 978-93-5194-048-7
  3. ↑ Rachel Dwyer. (27 September 2006). Filming the Gods: Religion and Indian Cinema. Routledge. পৃ. 88–. ISBN 978-1-134-38070-1
  4. ↑ Bhawana Sommya; Kothari Jigna; Supriya Madangarli. (17 April 2012). Mother Maiden Mistress: Women In Hindi Cinema,1950-2010. HarperCollins Publishers. পৃ. 1978–. ISBN 978-93-5029-485-7

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৭৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীৰা (১৯৭৯ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০০৪৭০ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।