অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মিকাইল

মীখায়েল বা মিকাইল (ميخائيل, Michael) হ'ল স্বৰ্গীয় দূতসকলৰ ভিতৰত অন্যতম। অব্ৰাহামীয় ধর্মৰ প্ৰধান তিনিটা ধৰ্ম ইহুদী ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু ইছলাম ধৰ্মৰ অনুসাৰীসকলে এই স্বৰ্গীয় দূতক বিশ্বাস কৰা দেখা যায়। ইছলাম ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ কোৰআনত এনেদৰে উল্লেখ থকা পোৱা যায়:

হালনাগাদ: ৩০ আগষ্ট ২০১৮ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মীখায়েল বা মিকাইল (ميخائيل, Michael) হ'ল স্বৰ্গীয় দূতসকলৰ ভিতৰত অন্যতম। অব্ৰাহামীয় ধর্মৰ প্ৰধান তিনিটা ধৰ্ম ইহুদী ধৰ্ম, খ্ৰীষ্টধৰ্ম আৰু ইছলামৰ অনুসাৰীসকলে এই স্বৰ্গীয় দূতক বিশ্বাস কৰা দেখা যায়।

ইছলাম ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ কোৰআনত এনেদৰে উল্লেখ থকা পোৱা যায়:

"যিয়ে আল্লাহ, তেওঁৰ ফৰিষ্টাসকল, তেওঁৰ ৰাছুলসকল আৰু জিব্ৰাইল আৰু মিকাইলৰ লগত শত্ৰুতা পোষণ কৰিব, তেনেহ’লে নিশ্চয় আল্লাহ কাফিৰসকলৰ শত্ৰু।"১

তথ্যসূত্ৰ

  1. ↑ [কোৰআনঃ ২/৯৮]আল্ কোৰআন. Islam House Assamese

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিকাইল” প্ৰবন্ধৰ সংশোধন ১৮২৪৩৬ (৩০ আগষ্ট ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।