অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জিব্ৰাইল

জিব্ৰাইল (বিকল্প প্ৰতিবৰ্ণীকৰণ: জিবৰাইল, জিব্ৰঈল, জিবৰাঈল ইত্যাদি) জিবৰীল বা গেব্ৰিয়েলGabriel;; আৰবী ভাষা: جبريل, Jibrīl or جبرائيل Jibrāʾīl; প্ৰাচীন গ্ৰীক: Γαβριήλ, Gabriēl) হ'ল ইব্ৰাহিমীয় ধৰ্মসমূহত বৰ্ণিত আল্লাহ বা ঈশ্বৰৰ বাৰ্তাবাহক ফৰিষ্টা বা স্বৰ্গীয় দূত, যিজন ঈশ্বৰ মনোনীত মানৱতা সংষ্কাৰক বা…

হালনাগাদ: ১৩ মাৰ্চ ২০১৭ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

জিব্ৰাইল (বিকল্প প্ৰতিবৰ্ণীকৰণ: জিবৰাইল, জিব্ৰঈল, জিবৰাঈল ইত্যাদি) জিবৰীল বা গেব্ৰিয়েলGabriel;; আৰবী ভাষা: جبريل, Jibrīl or جبرائيل Jibrāʾīl; প্ৰাচীন গ্ৰীক: Γαβριήλ, Gabriēl) হ'ল ইব্ৰাহিমীয় ধৰ্মসমূহত১২ বৰ্ণিত আল্লাহ বা ঈশ্বৰৰ বাৰ্তাবাহক ফৰিষ্টা বা স্বৰ্গীয় দূত, যিজন ঈশ্বৰ মনোনীত মানৱতা সংষ্কাৰক বা নবী,ৰাছুলসকলৰ ওচৰত ঐশী বাণী আবৃত্তি কৰি বৰ্ণনা কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Zimmerman, Julie. Friar Jack's Catechism Quiz: Test Your Knowledge on Angels. AmericanCatholic.org
  2. ↑ Ali, Maulana Muhammad; Gallegos, Christopher. (1936). The Religion of Islam. eBookIt.com. পৃ. 69. ISBN 9781934271186

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিব্ৰাইল” প্ৰবন্ধৰ সংশোধন ১৬৬৯৫৯ (১৩ মাৰ্চ ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।