অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কাফিৰ

কাফিৰ (আৰবী: ‎كافر-kāfir‎) এটি আৰবী শব্দ, যিটো আৰবী কুফৰ ‎ (আৰবী: ‎‏كفّار-kuffār‎) ধাতুৰ পৰা আহিছে, যাৰ শাব্দিক অৰ্থ হ'ল ঢাকি ৰখা, লুকুৱাই ৰখা আৰু ইয়াৰ ব্যৱহাৰিক অৰ্থ হ'ল অবাধ্যতা, অস্বীকাৰ কৰা, অকৃতজ্ঞতা। ই ইছলামী তথ্যলিপিসমূহত বহুলভাৱে ব্যৱহৃত এটি শব্দ।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৩ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

কাফিৰ (আৰবী ভাষা: ‎كافر-kāfir‎) এটি আৰবী ভাষা শব্দ, যিটো আৰবী ভাষা কুফৰ ‎ (আৰবী ভাষা: ‎‏كفّار-kuffār‎) ধাতুৰ পৰা আহিছে, যাৰ শাব্দিক অৰ্থ হ'ল ঢাকি ৰখা, লুকুৱাই ৰখা আৰু ইয়াৰ ব্যৱহাৰিক অৰ্থ হ'ল অবাধ্যতা, অস্বীকাৰ কৰা, অকৃতজ্ঞতা। ই ইছলামী তথ্যলিপিসমূহত বহুলভাৱে ব্যৱহৃত এটি শব্দ। সাধাৰণতে ‘অবিশ্বাসী’ হিচাপে ইয়াক অনুবাদ কৰা হয়। এইটো তাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যিয়ে ইছলামী একেশ্বৰবাদি বিশ্বাস নকৰে অথবা যিয়ে সত্যক গোপন কৰে বা অস্বীকাৰ কৰে। শ্ৰেণীটোত ইছলাম ধৰ্ম সম্পৰ্কীয় প্ৰবন্ধবোৰ অন্তৰ্ভুক্ত কৰা হৈছে।

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাফিৰ” প্ৰবন্ধৰ সংশোধন ৩৪৪০৫৬ (৪ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।