অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালবিকা দেৱী

মালবিকা দেৱীৰ আন এটা নাম হৈছে মালবিকা কেশৰী দেও৷ তেওঁক জনপ্ৰিয়ভাৱে ৰাণী মা বুলিও কোৱা হয়৷ভাৰতৰ ওড়িশাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু কৃষক। তেওঁ অৰ্কা কেশৰী দেওৰ পত্নী৷ অৰ্ক কেশৰী এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ লোকসভাত প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মালবিকা দেৱীৰ আন এটা নাম হৈছে মালবিকা কেশৰী দেও৷ তেওঁক জনপ্ৰিয়ভাৱে ৰাণী মা বুলিও কোৱা হয়৷১ভাৰতৰ ওড়িশাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু কৃষক।২ তেওঁ অৰ্কা কেশৰী দেওৰ পত্নী৷ অৰ্ক কেশৰী এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ লোকসভাত প্ৰতিনিধিত্ব কৰিছিল।৩ মালবিকা দেৱীয়ে ২০২৪ চনত লোকসভা নিৰ্বাচনত উৰিষ্যাৰ পৰা কালাহান্দী লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয়৷৪

তথ্যসূত্ৰ

  1. ↑ Sahoo, Akshaya Kumar. (2024-05-08). Kalahandi LS seat in Odisha sees queen, tribal lady and OBC leader vying for honour. www.deccanchronicle.com
  2. ↑ Malvika Devi(Bharatiya Janata Party(BJP)):Constituency- KALAHANDI(ODISHA) - Affidavit Information of Candidate. myneta.info
  3. ↑ (2023-09-28). Arka Keshari Deo, wife Malavika join BJP. The New Indian Express
  4. ↑ (2024-06-04). Kalahandi, Odisha Lok Sabha Election Results 2024 Highlights: Malvika Devi Secures Victory. India Today

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ সাংসদভাৰতৰ মহিলা সাংসদওড়িয়া ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালবিকা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৪৯২৯ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।