অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাইনা টুডু

মাইনা টুডু (Maina ) এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু ওড়িশাৰ গৃহিণী।২০১৭ চনত তেওঁ যুৱ পুৰস্কাৰ লাভ কৰিছিল।

হালনাগাদ: ৬ জুলাই ২০২৫ ২৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মাইনা টুডু (Maina ) এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু ওড়িশাৰ গৃহিণী।১২০১৭ চনত তেওঁ যুৱ পুৰস্কাৰ লাভ কৰিছিল।

জীৱনী

টুডু চাঁওতালি ভাষাৰ এগৰাকী স্নাতক।১ তেওঁৰ কবিতা সংকলন মাৰ্ছাল দহৰৰ বাবে ২০১৭ চনত টুডুৱে যুৱ পুৰস্কাৰ সন্মান লাভ কৰিছিল।২৩৪

টুডুৱে ওল চিকি আদা গাবানও লিখিছিল।১

তথ্যসূত্ৰ

  1. ↑ (8 December 2017). Maina Tudu. Gateway LitFest
  2. ↑ YUVA PURASKAR (2011-2019). Sahitya Akademi
  3. ↑ (23 December 2017). Literary award for 24 young writers. The Tribune
  4. ↑ (23 January 2017). Regional poets lead Sahitya Akademi Yuva Puraskar. Business Standard

সম্পৰ্কিত শ্ৰেণী

চাঁওতালি লেখিকাআদিবাসী মহিলাসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ীচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইনা টুডু” প্ৰবন্ধৰ সংশোধন ৫২২৪৫১ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।