চাঁওতালি লেখিকা
৪ প্ৰবন্ধ
-
অঞ্জলি কিস্কু
অঞ্জলি কিস্কু চাঁওতালি ভাষাত সাহিত্য চৰ্চা কৰা এগৰাকী ভাৰতীয় সাহিত্যিক। ২০২০ চনত তেওঁৰ কবিতা পুথি আঞ্জলেৰ বাবে সাহিত্য অকাডেমিৰ যুৱপুৰস্কাৰ বঁটা লাভ কৰিছিল।
-
মাইনা টুডু
মাইনা টুডু (Maina ) এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু ওড়িশাৰ গৃহিণী।২০১৭ চনত তেওঁ যুৱ পুৰস্কাৰ লাভ কৰিছিল।
-
চাৰো হাঁচদা
চাৰো হাঁচদা ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় চাঁওতালি অনুবাদক আৰু শিক্ষয়িত্ৰী। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাস দেৱদাসৰ চাঁওতালি অনুবাদৰ বাবে তেওঁ অধিক পৰিচিত। এই কৰ্মৰ বাবে তেওঁ ২০১৪ চনত সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল।
-
মালতী মুৰ্মু
মালতী মুৰ্মু (ইংৰাজী: Malati Murmu; ১১ ফেব্ৰুৱাৰী ১৯৭৫ – ৩১ ডিচেম্বৰ ২০২৫) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ভাষা কৰ্মী আছিল। তেওঁ মূলতঃ অল চিকি লিপি ব্যৱহাৰ কৰি চাঁওতালি ভাষাত প্ৰকাশিত মাহেকীয়া বাতৰি কাকত 'ফাগুন'ৰ সম্পাদিকা আৰু প্ৰকাশক হিচাপে পৰিচিত।