অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহাদেৱ ডেকা

মহাদেৱ ডেকা (ইংৰাজী: Mahadev Deka) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ফ্ল'ৰিডাত অনুষ্ঠিত ২০০৯ বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ২২ মে’ ২০২৪ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মহাদেৱ ডেকা (ইংৰাজী: Mahadev Deka) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ফ্ল'ৰিডাত অনুষ্ঠিত ২০০৯ বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।১

কেৰিয়াৰ

১৯৯২ চনত মহাদেৱ ডেকাই কলকাতাত সম্পৰ্কীয় প্ৰশিক্ষণ লাভ কৰে। ইয়াৰ পিছতে তেওঁ বেংগেলুৰুত অনুষ্ঠিত 'Bharar Kumar Championship' ত ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়।২

২০০২ চনত তেওঁৰ এক হৃদ্‌যন্ত্ৰৰ চাৰ্জাৰী হৈ যায়। এই সময়ছোৱাত কিছুদিনৰ বাবে তেওঁ বিৰতি লয়।৩ পৰৱৰ্ত্তীকালত অৰ্থাৎ ২০০৮ চনত তেওঁ 'Musclemania Superbody world championship' ত ৰানাৰ আপ হয়। ২০০৯ চনত তেওঁ ফ্ল'ৰিডাত অনুষ্ঠিত আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।১৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (June 22, 2009). Mahadev Deka, Mr Universe Musclemania Superbody 2009 Winner
  2. ↑ Kalita, Prabin. (June 22, 2009). Heart patient is Mr Universe. The Times of India. পৃ. 9
  3. ↑ (June 25, 2009). Tumultuous welcome to Assam bodybuilder. The Hindu
  4. ↑ (June 25, 2009). Mr. Universe 2009 Body Builder Mahadev Deka arrives at home

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাদেৱ ডেকা” প্ৰবন্ধৰ সংশোধন ৪২১৪৯২ (২২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।