মহাত্মা গান্ধী স্মৃতি কেন্দ্ৰ, মাটালে হৈছে শ্ৰীলংকাৰ মধ্য প্ৰান্তৰ মাটালেত অৱস্থিত এটা স্মৃতিসৌধ।১ ২০১৫ চনৰ ২২ নৱেম্বৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনা আৰু ভাৰতৰ উচ্চায়ুক্ত ৱাই কে সিনহাই ইয়াক উদ্বোধন কৰে,২ ১৯২৭ চনত মহাত্মা গান্ধীৰ ঐতিহাসিক শ্ৰীলংকা (পূৰ্বে চিলন বুলি কোৱা হৈছিল) ভ্ৰমণৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল। ৩ ৪ ৫
তথ্যসূত্ৰ
- ↑ Construction of Mahatma Gandhi Centre in Matale in Central Province
- ↑ Sri Lanka opens international centre dedicated to Mahatma Gandhi. indiatoday.intoday.in
- ↑ LTD, Lankacom PVT. The Island. www.island.lk
- ↑ Laying of Foundation Stone of the Mahatma Gandhi International Centre at Matale · Asian Tribune. www.asiantribune.com
- ↑ Mahatma Gandhi International Centre in Matale inaugurated
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধী স্মৃতি কেন্দ্ৰ, মাটালে” প্ৰবন্ধৰ সংশোধন ৫২৭৯৬৯ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।