অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মন জানে না

মন জানে না (Mon Jaane Na) হৈছে ২০১৯ চনৰ ভাৰতীয় বাংলা ভাষাৰ, ৰোমান্টিক থ্ৰিলাৰ ছবি শ্বগুফতা ৰফিকৰ পৰিচালনা আৰু এছভিএফৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ চনীৰ দ্বাৰা প্ৰযোজিত বোলছবি‍। যশ দাসগুপ্ত, মিমি চক্ৰৱৰ্তী আৰু ৰাজদ্বীপ গুপ্তা অভিনীত ছবিখনে আমিৰ আৰু পৰিৰ প্ৰেম কাহিনী অনুসৰণ কৰে।

হালনাগাদ: ২৮ মাৰ্চ ২০২৫ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মন জানে না (Mon Jaane Na) হৈছে ২০১৯ চনৰ ভাৰতীয় বাংলা ভাষাৰ, ৰোমান্টিক থ্ৰিলাৰ ছবি শ্বগুফতা ৰফিকৰ পৰিচালনা আৰু এছভিএফৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ চনীৰ দ্বাৰা প্ৰযোজিত বোলছবি‍।১ যশ দাসগুপ্ত, মিমি চক্ৰৱৰ্তী আৰু ৰাজদ্বীপ গুপ্তা অভিনীত ছবিখনে আমিৰ আৰু পৰিৰ প্ৰেম কাহিনী অনুসৰণ কৰে।২৩ এইখন পৰিচালক হিচাপে শ্বগুফতা ৰফিকৰ প্ৰথম বাংলা ছবি।৪ ছবিখন ২০১৯ চনৰ ২১ মাৰ্চত হোলী উৎসৱৰ লগত সংগতি ৰাখি ছবিগৃহত মুক্তি দিয়া হৈছিল।৫৬

সংক্ষিপ্তসাৰ

আমিৰ এজন ডেকা, অকলশৰীয়া মানুহ যিয়ে টেক্সি ড্ৰাইভিঙৰ জৰিয়তে জীৱিকা উপাৰ্জন কৰে। অকলশৰীয়া দেখি বন্ধুজনে বিয়া পাতিবলৈ পৰামৰ্শ দিয়ে। আমিৰে স্থানীয় মৌলৱীৰ পৰা সহায় বিচাৰে যিয়ে তেওঁক এগৰাকী লাজুক, অনাথ ছোৱালী পৰীৰ সৈতে চিনাকি কৰাই দিয়ে। প্ৰথম দৃষ্টিতেই তেওঁ তাইৰ প্ৰেমত পৰে আৰু তেওঁলোকে বিয়াপাশত আৱদ্ধ হয়। বিয়াৰ পিছত পৰীয়ে‍ আমিৰৰ কিছুমান গোপন কথাৰ সন্মুখীন হয় আৰু তাই নিৰুদ্দেশ হয়।। দুবছৰ ধৰি আমিৰে এগৰাকী টেক্সি চালক হিচাপে গোটেই চহৰখনতে তেওঁক বিচাৰি ফুৰে। এদিন তেওঁ তাইক হোটেল এখনৰ বাহিৰত অচেতন অৱস্থাত পায়। অৱশ্যে, পৰী এতিয়া তাইৰ অপৰাধী স্বৰূপ নহয় কিন্তু এগৰাকী বেপৰোৱা ড্ৰাগছৰ আসক্তলৈ ৰূপান্তৰিত হৈছে আৰু পতিতাবৃত্তিলৈ গৈছে।

অভিনয়ত

  • আমিৰৰ চৰিত্ৰত যশ দাসগুপ্ত
  • মিমি চক্ৰৱৰ্তী পৰী হিচাপে৭
  • মুৰাদ ভাই হিচাপে শাতাফ ফিগাৰভাই।
  • ৰাজদীপ গুপ্তা
  • বাদশা মৈত্ৰা
  • আৰক্ষী বিষয়া হিচাপে শংকৰ চক্ৰৱৰ্তী

ছাউণ্ডট্ৰেক

ছবিখনৰ চাউণ্ডট্ৰেক ডাব্বু আৰু লিংকনে ৰচনা কৰাৰ বিপৰীতে গীতৰ কথা লিখিছে প্ৰসেনে।

তথ্যসূত্ৰ

  1. ↑ (21 March 2019). Mon Jaane Na. Times of India
  2. ↑ (12 March 2019). Mimi Chakraborty On Mon Jaane Na, Owing Her Success To 'Masala Films' And Dealing With Harsh Reviews
  3. ↑ (21 March 2019). Mon Jaane Na Movie Review: A Misfire That Fails On Almost All Counts
  4. ↑ (2 April 2019). Shagufta Rafique teases fans about her first Bollywood directorial. Times of India
  5. ↑ (13 October 2020). Mon Jaane Na movie review: Shagufta Rafique's derivative plot is made worse by poor execution. First Post
  6. ↑ Mon Jaane Na. Book My Show
  7. ↑ (22 March 2019). Here's how Mimi prepared for her role in 'Mon Jaane Na' – Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰবাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ২০১৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন জানে না” প্ৰবন্ধৰ সংশোধন ৪৯৮৯৬৪ (২৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।