অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ভীষ্মক

ভীষ্মক (भीष्मक), আছিল বিদৰ্ভ ৰাজ্যৰ ৰজা। তেওঁক “হিৰণ্যৰমন” বুলিও জনা যায়। তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিন নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে যদিও বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিনাপুৰ মহাৰাষ্ট্ৰত অৱস্থিত।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভীষ্মক (भीष्मक), আছিল বিদৰ্ভ ৰাজ্যৰ ৰজা।১ তেওঁক “হিৰণ্যৰমন” বুলিও জনা যায়।২ তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিন নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে৩ যদিও বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিনাপুৰ মহাৰাষ্ট্ৰত অৱস্থিত।৪ ভীষ্মক ৰজাৰ ৰুক্মি প্ৰভৃতি পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল।৩ তেওঁৰ ৰুক্মি, ৰুক্মৰথ, ৰুক্মবাহু, ৰুক্মকেশ আৰু ৰুক্মনেত্ৰ নামে পাঁচজন পুত্ৰ৫ আৰু ৰুক্মিণী নামে এগৰাকী পৰামা সুন্দৰী কণ্যা আছিল।

তথ্যসূত্ৰ

  1. ↑ Dowson, John. (1879). A Classical Dictionary of Hindu Mythology and Religion, Geography, History, and Literature. Trübner. পৃ. 54
  2. ↑ www.wisdomlib.org. (2020-04-01). Section CLIX (Mahabharata, English). www.wisdomlib.org
  3. ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃ. ১২
  4. ↑ Pimpri–Chinchiwad History
  5. ↑ Ayyar, P. V. Jagadisa. (1982). South Indian Shrines: Illustrated. Asian Educational Services. পৃ. 29. ISBN 978-81-206-0151-2

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসমহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভীষ্মক” প্ৰবন্ধৰ সংশোধন ৫৫৭৭৬৫ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।