অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভি. এছ. সম্পথ

বীৰৱল্লী সুন্দৰম সম্পথ (V. S. Sampath) ২০১২ চনৰ পৰা ২০১৫ চনলৈকে ভাৰতীয় নিৰ্বাচন আয়োগৰ ১৮ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১১ জুনত তেওঁ এছ. ওৱাই. কুৰেশ্বিৰ পিছত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৪ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বীৰৱল্লী সুন্দৰম সম্পথ (V. S. Sampath) ২০১২ চনৰ পৰা ২০১৫ চনলৈকে ভাৰতীয় নিৰ্বাচন আয়োগৰ ১৮ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১১ জুনত তেওঁ এছ. ওৱাই. কুৰেশ্বিৰ পিছত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে।১ ১৯৫০ চনৰ ১৬ জানুৱাৰীত জন্মগ্ৰহণ কৰা সম্পথে ২০১৫ চনৰ ১৫ জানুৱাৰীত ৬৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে।২

তথ্যসূত্ৰ

  1. ↑ Welcome to Election Commission of India. eci.nic.in
  2. ↑ (14 January 2015). V. S. Sampath to demit office on Thursday. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তভাৰতীয় ব্যক্তিঅসামৰিক সেৱা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি. এছ. সম্পথ” প্ৰবন্ধৰ সংশোধন ৪৪২২৩৮ (৩১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।