অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বি. বি. টেণ্ডন

ব্ৰিজ বিহাৰী টেণ্ডন, হিমাচল প্ৰদেশ কেডাৰৰ ১৯৬৫ বেচৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া, যিয়ে ২০০৫ চনৰ ১৬ মে’ৰ পৰা ২০০৬ চনৰ ২৯ জুনলৈকে ভাৰতৰ ১৪ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০১ চনৰ জুন মাহত তেওঁ নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৪ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ব্ৰিজ বিহাৰী টেণ্ডন, হিমাচল প্ৰদেশ কেডাৰৰ ১৯৬৫ বেচৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া, যিয়ে ২০০৫ চনৰ ১৬ মে’ৰ পৰা ২০০৬ চনৰ ২৯ জুনলৈকে ভাৰতৰ ১৪ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০১ চনৰ জুন মাহত তেওঁ নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰে।

বৰ্তমান তেওঁ ফিলাটেক্স ইণ্ডিয়া প্ৰাইভেট লিমিটেডত স্বতন্ত্ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

বাহ্যিক সংযোগ

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিঅসামৰিক সেৱাভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি. বি. টেণ্ডন” প্ৰবন্ধৰ সংশোধন ৪৪২১৬৫ (৩১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।