অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৰতী আচৰেকৰ

ভাৰতী আচৰেকৰ ( Bharati Achrekar; ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী মাৰাঠী আৰু হিন্দী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শন ধাৰাবাহিক ‘ৱাগলে কি দুনিয়াৰ মিচেছ ৱাগলে’ চৰিত্ৰটোত ৰূপায়ণ কৰি প্ৰখ্যাত হৈছিল।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভাৰতী আচৰেকৰ ( Bharati Achrekar; ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী মাৰাঠী আৰু হিন্দী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী।১ তেওঁ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শন ধাৰাবাহিক ‘ৱাগলে কি দুনিয়াৰ মিচেছ ৱাগলে’ চৰিত্ৰটোত ৰূপায়ণ কৰি প্ৰখ্যাত হৈছিল।২ পিছত তেওঁ ‘ৱাগলে কি- দুনিয়া – নয়ী পীড়ি নয়ে কিচ্ছে’ত ৰাধিকা ৱাগলেৰ চৰিত্ৰত অভিনয় কৰিছে।৩৪ তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ আচৰেকৰে ভাৰতীয় ৰক-বেণ্ড কালাৰব্লাইণ্ডত ৰাম সম্পথৰ সৈতে লিড গীটাৰ বজাইছিল।

বাসু চেটাৰ্জী পৰিচালিত হিন্দী ছবি ‘অপনে পৰায়ে’ৰ জৰিয়তে ভাৰতীয়ে অভিনয়ত আত্মপ্ৰকাশ কৰে। এই ছবিখন ১৯১৭ চনৰ শৰৎ চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত বাংলা উপন্যাস নিস্কৃতিৰ আধাৰত নিৰ্মিত।৫

তথ্যসূত্ৰ

  1. ↑ बासु चटर्जी को याद करते हुए भारती आचरेकर ने कहा- 'फिल्ममेकिंग में था थिएटर का स्टाइल'. Dainik Jagran
  2. ↑ Bharti Achrekar makes a comeback - Times of India. The Times of India
  3. ↑ Everything about Wagle ki Duniya ― Nayi Peedhi Naye Kissey. The Indian Express
  4. ↑ Actress Bharati Achrekar feels family support is essential in the pandemic. Tribuneindia News Service
  5. ↑ (16 January 2022). 'Mard hoti toh collector hoti' — Basu Chatterjee's Apne Paraye is a study in family dynamics. ThePrint

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মঞ্চ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী আচৰেকৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৬০৭ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।